DMCA.com Protection Status

আন্ত: ৰাষ্ট্ৰীয়

পত্নীক ১২ বছৰে গৃহবন্দী কৰি ধৰ্ষণ, অৱশেষত গ্ৰেপ্তাৰ স্বামী

সোমবাৰে পূব ফ্ৰান্সৰ এজন জাৰ্মান নাগৰিকৰ পত্নীক তেওঁৰ শোৱা কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে। অভিযোগ অনুসৰি, জাৰ্মান লোকজনে যোৱা ১২...

Read more

ইউক্ৰেইনৰ সেনাবাহিনীত ব্যাপক যৌন নিৰ্যাতনৰ ঘটনা; আনুষ্ঠানিক অভিযোগ দাখিলৰ আহ্বান মন্ত্ৰীৰ

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহিলা সৈনিকৰ পৰা যৌন সুবিধা লোৱাৰ প্ৰথা ইউক্ৰেইনৰ সেনাধ্যক্ষই প্ৰৱৰ্তন কৰিছে। তথ্য অনুসৰি ইউক্ৰেইনৰ মহিলাসকলে...

Read more

নৱাজ শ্বৰীফৰ ‘ৰাজনীতিলৈ প্ৰত্যৱৰ্তনৰ আশা’ত চেঁচা পানী ঢালিলে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে  সদ্যহতে ভংগ হোৱা সংসদত গৃহীত কৰা ‘ৰিভিউ অফ জাজমেন্ট এণ্ড অৰ্ডাৰ’ আইনক অসাংবিধানিক বুলি ঘোষণা কৰিছে। শুকুৰবাৰে...

Read more

চন্দ্ৰপৃষ্ঠত পানীৰ সন্ধানত এইবাৰ চন্দ্ৰলৈ মহাকাশযান প্ৰেৰণ কৰিবলৈ সাজু ৰাছিয়া

ৰাছিয়াই ৪৭ বছৰৰ পাছত পুনৰ চন্দ্ৰলৈ এখন মহাকাশযান প্ৰেৰণৰ সিদ্ধান্ত লৈছে। চন্দ্ৰপৃষ্ঠত ভৱিষ্যতে বসতি স্থাপনৰ বাবে পানীৰ সন্ধানত দেশখনে দক্ষিণ...

Read more

মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগীক যৌন নিৰ্যাতনৰ অভিযোগ; অৰ্দ্ধনগ্ন অৱস্থাৰে তুলি ৰাখিলে ফটো

ইণ্ডোনেছিয়াৰ মিছ ইউনিভাৰ্ছৰ ছয়গৰাকী প্ৰতিযোগীয়ে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে। উদ্যোক্তাসকলৰ হাতত তেওঁলোকে যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ আনিছে। আনকি অৰ্দ্ধনগ্ন...

Read more

ভংগ হ’ল পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদ

ভংগ হ’ল পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদ।  বুধবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ পৰামৰ্শ মতে পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে সংসদ ভংগ কৰে। যাৰ...

Read more

আজি পদত্যাগ কৰিব পাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আজি সেনাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰিছে। পদত্যাগ কৰাৰ পূৰ্বে বিদায়ী ভ্ৰমণ হিচাপে সেনা মুখ্য কাৰ্যালয় পৰিদৰ্শন...

Read more

কাৰাগাৰত ‘সন্ত্রাসবাদীৰ বাবে সংৰক্ষিত’ কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক

কাৰাগাৰত থকা সন্ত্ৰাসবাদীৰ বাবে সংৰক্ষিত কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক। ইমৰাণৰ অধিবক্তা নিয়াম হাইদৰ পানজোথাৰে সোমবাৰে ইছলামবাদ...

Read more

পৰিচাৰিকাক যৌন নিৰ্যাতনৰ শাস্তি! ছিংগাপুৰত ভাৰতীয় লোকক ১৮ বছৰৰ জেল; ১২টা সৌকাৰ কোব

ছিংগাপুৰত এগৰাকী ঘৰুৱা কৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত ভাৰতীয় মূলৰ এজন লোকক ১৮ বছৰৰ প্ৰতিৰোধমূলক আটক (কাৰাদণ্ড) আৰু ১২টা সৌকাৰ...

Read more

জাৰ্মানীত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বোমা; প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ

জাৰ্মানীৰ ডাচেলডৰ্ফত উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমা। আমেৰিকাই নিৰ্মাণ কৰা এই বোমাটোৰ ওজন প্ৰায় ৫০০ কিলোগ্ৰাম। দ্বিতীয় বিশ্বযুদ্ধৰ...

Read more
Page 75 of 224 1 74 75 76 224

Recent News