• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰক্তাক্ত যুদ্ধত উত্তাল মধ্যপ্ৰাচ্য; কুৱেইটত মাৰাত্মক আক্ৰমণত নিহত ভাৰতীয়, ইয়াকে লৈ মুঠ ৮ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:48 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিস্থিতি দিনক দিনে অধিক অৱনতি ঘটিছে। সোমবাৰে পুৱা কুৱেইটৰ বিদ্যুৎ আৰু পানী পৰিশোধন প্লাণ্টত ইৰাণৰ মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণত এজন ভাৰতীয় শ্ৰমিক নিহত হয়। ইয়াৰ লগে লগে পশ্চিম এছিয়াত সংঘাত আৰম্ভ হোৱাৰ পাছৰে পৰা মুঠ কমেও ৮ জন ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে।

কুৱেইটৰ বিদ্যুৎ আৰু জল মন্ত্ৰালয়ে ইয়াৰ এক্স হেণ্ডেলত কয় যে এই আক্ৰমণত প্ৰকল্পটোৰ এটা সেৱা ভৱন ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। কুৱেইট চৰকাৰে ইয়াক ‘জঘন্য ইৰাণী আগ্ৰাসন’ বুলি গৰিহণা দিয়ে। তৎক্ষণাত জৰুৰীকালীন উদ্ধাৰকাৰী দল আৰু কাৰিকৰী দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰি বিদ্যুৎ আৰু পানী যোগান পুনৰ সুচল কৰা হয়।

Apply Now

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ আবুধাবিত বেলিষ্টিক ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰাৰ সময়ত ধ্বংসাৱশেষ পৰি এজন ভাৰতীয় নাগৰিকৰ মৃত্যু হয়। শুকুৰবাৰে ভাৰত চৰকাৰে ঘোষণা কৰে যে যুদ্ধত এতিয়ালৈকে ৭ জন ভাৰতীয় নিহত হৈছে আৰু এজন নিৰুদ্দেশ হৈছে। সোমবাৰৰ এই ঘটনাৰ পিছতে মৃত্যু হোৱা লোকৰ সংখ্যা আঠজনলৈ বৃদ্ধি পাইছে।

আল জাজিৰাৰ তথ্য অনুসৰি সোমবাৰে পুৱা কেৱল কুৱেইটতে নহয়, বাহৰেইন, সংযুক্ত আৰব আমিৰশ্বাহী আৰু চৌদি আৰৱতো বিমান আক্ৰমণৰ ছাইৰেন শুনা যায়। নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, বাহৰেইনৰ বাসিন্দাসকলে তীব্ৰ বিস্ফোৰণৰ শব্দ শুনিছিল, যিটো মূলতঃ ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰাৰ ফলত হৈছিল।

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছতে আৰম্ভ হৈছিল পাঁচ সপ্তাহজোৰা যুদ্ধ। ইয়াৰ প্ৰতিশোধ হিচাপে ইৰানে মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ আমেৰিকাৰ ঘাটি আৰু আন্তঃগাঁথনিত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাইছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আলোচনাৰ কথা কৈছে যদিও যুদ্ধ বন্ধ কৰাৰ কোনো ইংগিত দিয়া নাই। যোৱা সপ্তাহত ট্ৰাম্পে ইৰাণৰ শক্তি প্ৰকল্পসমূহৰ ওপৰত আক্ৰমণ ১০ দিনৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল যদিও ইৰাণে সকীয়াই দিছে যে যদি আক্ৰমণ কৰা হয় তেন্তে উপসাগৰীয় দেশসমূহৰ শক্তিৰ আন্তঃগাঁথনি ধ্বংস কৰিব। ইৰাণে বৰ্তমান বিশ্বৰ গুৰুত্বপূৰ্ণ জলপথ হৰমুজ প্ৰণালী কাৰ্যকৰীভাৱে বন্ধ কৰি দিছে। ইয়াৰ ফলত বিশ্বজুৰি তেলৰ মূল্য বৃদ্ধি আৰু বিশ্ব অৰ্থনীতিত অস্থিৰতাৰ সৃষ্টি হৈছে।

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ট্ৰাম্প প্ৰশাসনে এই অঞ্চললৈ অতিৰিক্ত আমেৰিকাৰ মেৰিনক নিয়োগ কৰিছে আৰু আৰু হাজাৰ হাজাৰ সৈন্য প্ৰেৰণৰ বাবে প্ৰস্তুতি চলাইছে। মধ্যপ্ৰাচ্যৰ পৰিস্থিতি বৰ্তমান চৰম অনিশ্চয়তাৰ দিশে আগবাঢ়িছে, তাত কাম কৰা প্ৰব্ৰজিত শ্ৰমিকসকলেই ইয়াৰ মূল ভুক্তভোগী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd