দেশ

গোলমাল! বিয়া হ’বলৈকে টিভি এংকৰ যুৱকক অপহৰণ কৰিলে ব্যবসায়ী যুৱতীয়ে, তাৰপিছত…

বিয়া পাতিবলৈ এগৰাকী যুৱতী ব্যৱসায়ীয়ে এগৰাকী টিভি এংকৰক (উপস্থাপক) অপহৰণ কৰাৰ ঘটনা ঘটিছে। হায়দৰাবাদত সংঘটিত এই ঘটনাক লৈ সমগ্ৰ দেশতে...

Read moreDetails

বলপূৰ্বকভাৱে ইউক্ৰেইনলৈ পঠিওৱা হৈছে ভাৰতীয়ক! ৰাছিয়াৰ বিৰুদ্ধে অভিযোগকলৈ কি ক’লে কেন্দ্ৰই?

চাকৰি দিয়াৰ নামত তেওঁলোকক ৰাছিয়ালৈ পঠিওৱা হৈছিল। তাৰ পিছত তেওঁলোকক ইউক্ৰেইনত যুদ্ধ কৰিবলৈ পঠিওৱা হ’ল! শেহতীয়াকৈ চাৰিজন যুৱকে ছ’চিয়েল মিডিয়াত...

Read moreDetails

১কোটি টকাৰ আৰ্থিক সাহায্য প্ৰত্যাখ্যান হাৰিয়ানাত নিহত কৃষকৰ পৰিয়ালৰ; লাগে মাথোঁ ‘ন্যায়’

কৃষক আন্দোলনৰ ফলত বলি হ’ল এক সম্ভাৱনাময় জীৱন। হাৰিয়ানা আৰক্ষী আৰু পঞ্জাৱৰ কৃষকৰ মাজত সংঘৰ্ষত প্ৰাণ হেৰুৱালে ২১ বছৰীয়া শুভকৰণ...

Read moreDetails

কেন্দ্ৰীয় এজেঞ্চিৰ অভিযানৰ পিছতে বিজেপিক অনুদান দিছে ৩০টা সংস্থাই! কংগ্ৰেছে বিচাৰিছে তদন্ত

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে দলীয় অনুদান বিষয়ত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি বহু সংস্থাই কেন্দ্ৰীয়...

Read moreDetails

‘মই কোনো মালালা নহয়, মই মোৰ ভাৰতত নিৰাপদ আৰু স্বাধীন’; ভাইৰেল কাশ্মীৰী কন্যা ইয়ানাৰ ভাষণ

তেওঁ মালালা নহয়। কেতিয়াও নহ’ব। কাৰণ তেওঁ কেতিয়াও নিজৰ দেশ এৰি পলায়ন কৰিব নালাগে। জন্মভূমি কাশ্মীৰত তেওঁ সুৰক্ষিত। তেওঁ কাশ্মীৰত...

Read moreDetails

বিৰম্বনা! কেৰালা বিজেপিয়ে প্ৰচাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰক উৎখাত কৰিবলৈ আহ্বান জনোৱা গীত

দুৰ্নীতিৰ বোকাত পোত গৈ থকা কেন্দ্ৰীয় চৰকাৰখনক উৎখাত কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনকল্যাণমূলক প্ৰকল্পৰ প্ৰচাৰ কৰিছে কেৰেলাৰ বিজেপিয়ে!...

Read moreDetails

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ ফিটনেছৰ আঁৰৰ ৰহস্য : ব্ৰহ্ম পুৱাতেই উঠি কৰে যোগাসন, লোভ নাই মাছ-মঙহৰ

৬৪ বছৰ বয়সতো চফল ডেকাৰ দৰে হৈ আছে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। প্ৰতিদিনে আইন-আদালতৰ জটিল চাপ...

Read moreDetails

গুৰুত্বপূৰ্ণ কাম আছে যদি আজিয়েই পৰিকল্পনা কৰক! মাৰ্চ মাহত ১৪ দিনৰ বাবে বন্ধ থাকিব বেংক

বিভিন্ন বিত্তীয় লেনদেনৰ বাবে আমি বেংকৰ ওপৰত নিৰ্ভৰশীল। কিন্তু যদি সেই বেংকটো বন্ধ থাকে তেন্তে গ্ৰাহকসকল বহুত বিপদত পৰে। গতিকে...

Read moreDetails

মেঘালয়ৰ নানক অসমত ‘হাৰাশাস্তি’; দুৰ্ভাগ্যজনক এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ বিচপৰ

১৭ ফেব্ৰুৱাৰীত অসমৰ গোৱালপাৰাত মেঘালয়ৰ তুৰাৰ ছেইণ্ট জনছ পেৰিছৰ এগৰাকী নান ছিষ্টাৰ ৰোজমেৰীক হাৰাশাস্তিৰ কৰাৰ এক দুখজনক ঘটনা পোহৰলৈ আহিছে।...

Read moreDetails

নৃশংস! পিতৃ-মাতৃক ইটাৰে মৰিয়াই প্ৰাণ ল’লে অধিবক্তা পুত্ৰইঃ আৰক্ষীক অৱগত কৰিলে পত্নীয়ে

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক জঘন্য কাণ্ড। নিজ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱাইছে এহাল বৃদ্ধ দম্পতীয়ে। এই জঘন্য কাণ্ডই স্তম্ভিত কৰি...

Read moreDetails
Page 1051 of 1849 1 … 1,050 1,051 1,052 … 1,849

Stay Connected

Recent News