দেশ

নৃশংস! পিতৃ-মাতৃক ইটাৰে মৰিয়াই প্ৰাণ ল’লে অধিবক্তা পুত্ৰইঃ আৰক্ষীক অৱগত কৰিলে পত্নীয়ে

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক জঘন্য কাণ্ড। নিজ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱাইছে এহাল বৃদ্ধ দম্পতীয়ে। এই জঘন্য কাণ্ডই স্তম্ভিত কৰি...

Read moreDetails

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মনোহৰ যোশীৰ ৮৬ বছৰ বয়সত দেহাৱসান

শুকুৰবাৰে পুৱাই মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশীৰ দেহাৱসান ঘটে। ৰাতিপুৱা তিনি বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি তেওঁ...

Read moreDetails

৭৫ বছৰ বিৰতিৰ অন্তত কাজিৰঙাত পুনৰ আৱিষ্কাৰ বিলুপ্তপ্ৰায় ভাৰতীয় ঘঁৰিয়াল

৭৫ বছৰৰ বিৰতিৰ অন্তত অসমৰ কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বিশ্বনাথ অংশত বিলুপ্তপ্ৰায় মাইকী ভাৰতীয় ঘঁৰিয়াল (Gavialis gangeticus) দেখা...

Read moreDetails

কিডনিৰ অস্ত্ৰোপচাৰৰ পিছত স্বাভাৱিক জীৱন লাভ কৰিব ৰোগীয়ে; বৃহৎ আৱিষ্কাৰ বিজ্ঞানীসকলৰ

২০৩০ চনৰ ভিতৰত ডায়েলাইছিছ ৰোগীৰ সংখ্যা ৪৯ লাখ হ’ব বুলি অনুমান কৰা হৈছে। বৰ্তমান সমাজত বৃক্ক বিকল (কিডনি ফেইলাৰ) হোৱাটো...

Read moreDetails

হয় INDIA এৰক, নহ’লেই গ্ৰেপ্তাৰ! ভাবুকি পাইছে কেজৰিৱালেঃ গুৰুতৰ অভিযোগ আপৰ

বহুল বাদ-বিবাদৰ অন্তত আজি INDIA জোঁটে লাভ কৰিছে কিছু সকাহ। বিৰোধী ঐক্যৰ দুই গুৰুত্বপূৰ্ণ দল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে...

Read moreDetails

কৃষকৰ কল্যাণৰ ক্ষেত্ৰত অকণো অৱহেলা কৰা নাই কেন্দ্ৰীয় চৰকাৰে : নৰেন্দ্ৰ  মোদী

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কল্যাণৰ ক্ষেত্ৰত অকণো হীন-দেঢ়ি কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আহমেদাবাদত আমুলৰ সোণালী জয়ন্তী উদযাপনত কৃষকসকলক সম্বোধন...

Read moreDetails

মিত্ৰতাত মৌ : দিল্লীত কংগ্ৰেছক ৩ খন আসন এৰি দিলে আম আদমি পাৰ্টিয়ে

যদিও আগুন্তুক লোকসভা নিৰ্বাচনত পঞ্জাৱ, গুজৰাট , গোৱা আদি কেইবাখনো ৰাজ্যত আম আদমি পাৰ্টিয়ে অকলেই নিৰ্বাচন খেলাৰ কথা আছে, কিন্তু...

Read moreDetails

গাড়ী চলাই থকা অৱস্থাতে চালকৰ হাৰ্ট এটেক, মহতিয়ালে ধৰ্মযাত্ৰাতঃ দুজনৰ মৃত্যু

ৰাজস্থানৰ নগৌৰ জিলাত আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা। গাড়ী চলাই থকা অৱস্থাতে চালকৰ হাৰ্ট এটেক অহাৰ ফলত সংঘটিত হৈছে...

Read moreDetails

নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছ কণ্ডমে! : অন্ধ্ৰ প্ৰদেশত চলিছে “কণ্ডমৰ ৰাজনীতি”

অন্ধ্ৰপ্ৰদেশৰ সাম্প্ৰদায়িক ৰাজনীতিত গুৰুত্বপূৰ্ণ হৈ উঠিছে গৰ্ভনিৰোধৰ বাবে ব্যৱহাৰ কৰা কণ্ডম। কণ্ডমৰ বাবেই চলিছে বিবাদ, কণ্ডমেই আনিছে জনসমৰ্থন। সন্মুখত লোকসভা...

Read moreDetails

জম্মু-কাশ্মীৰত ভয়াৱহ হিমস্খলনঃ এজন বিদেশী পৰ্যটকৰ মৃত্যু, আন এজন সন্ধানহীন

জম্মু-কাশ্মীৰৰ গুলমাৰ্গ আজি ভয়াৱহ হিমস্খলনৰ সৃষ্টি হয়। এই হিমস্খলনৰ  ফলত এজন বিদেশী পৰ্যটকৰ মৃত্যু হয়। আনহাতে আন এজন বিদেশী পৰ্যটক...

Read moreDetails
Page 1052 of 1849 1 … 1,051 1,052 1,053 … 1,849

Stay Connected

Recent News