• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফুটুকাৰ ফেন! সংসদত মহিলা সংৰক্ষণৰ সপক্ষে সকলো দল; প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থী মাত্ৰ ৮ শতাংশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2024 12:51 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদে লোকসভা আৰু বিধান সভাৰ আসনৰ সংখ্যাৰ ৩৩ শতাংশ মহিলাৰ বাবে সংৰক্ষিত কৰি আইন প্ৰণয়ন কৰিছে। কিন্তু হিচাপ-নিকাচৰ ক্ষেত্ৰত ইয়াক কাৰ্যকৰী কৰা হোৱা নাই। সাত মাহ পূৰ্বে সংসদত মহিলা সংৰক্ষণৰ সপক্ষে সকলো দলে মাত মাতিছিল যদিও লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত সেই দাবীৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই।

১৯ এপ্ৰিলত আৰম্ভ হ’ব সাতটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়। সেইদিনা ২১খন ৰাজ্যৰ ৭২টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াত ১৬২৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰে মাত্ৰ ১৩৪ গৰাকী মহিলা। সেয়া হ’ল মুঠ প্ৰাৰ্থীৰ আঠ শতাংশ।

লগতে পঢ়কঃ হৰিদ্বাৰত এনকাউণ্টাৰত নিহত বাবা তাৰচেম সিং হত্যাৰ মূল অভিযুক্ত অমৰজিৎ সিং ওৰফে বিট্টু

Apply Now

উল্লেখ্য যে ২০১৯ চনত এই হাৰ আছিল ৯ শতাংশ। দেশত ৭ টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন। কেৱল তৃণমূল কংগ্ৰেছেহে সেইবাৰ দৃষ্টান্ত দাঙি ধৰিছিল। তেওঁলোকৰ ৪১ শতাংশ প্ৰাৰ্থী আছিল মহিলা। এইবাৰ সেই দলতো মহিলা প্ৰাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে।

আন্দামান-নিকোবৰ আৰু মিজোৰামত এইবাৰ সৰ্বাধিক মহিলা প্ৰাৰ্থী। তাত প্ৰায় ১৬ শতাংশ মহিলা প্ৰাৰ্থী। পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নাই এগৰাকীও মহিলা প্ৰাৰ্থী। সেইকেইখন হ’ল ত্ৰিপুৰা, জম্মু-কাশ্মীৰ, ছত্তীশগড়, লাক্ষ্মদ্বীপ আৰু মণিপুৰ।

লগতে পঢ়কঃ দেশৰ সকলো সমস্যাৰ মূলতে কংগ্ৰেছ! কেৱল কংগ্ৰেছ ভৎৰ্সনাৰেই নিৰ্বাচনী যুঁজলৈ সাজু মোদী

প্ৰায় চাৰে তিনি দশকৰ প্ৰচেষ্টাৰ অন্তত সংসদত গৃহীত হৈছে মহিলা সংৰক্ষণ বিধেয়ক। অৱশ্যে সংৰক্ষণ কাৰ্যকৰী হ’ব বুলি এতিয়াও স্পষ্ট কৰা নাই চৰকাৰে। অৱশ্যে ২০২৪ চনৰ নিৰ্বাচনত মহিলাৰ বাবে আসন সংৰক্ষণৰ বাবে বিজেপিৰ বাহিৰে সকলো দলেই সন্মতি প্ৰকাশ কৰিছে। কিন্তু দেখা যায় যে কাৰ্যক্ষেত্ৰত এটা বা দুটা সৰু দলৰ বাহিৰে বাকী কোনোৱেই এক তৃতীয়াংশ মহিলাকতো দূৰৰে কথা, আনকি দহ শতাংশ সংৰক্ষণৰ প্ৰতিও আগ্ৰহী নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd