দেশ

জ্বলিছে মণিপুৰ-হাৰিয়ানা: উদ্ধৱ থাকৰেৰ প্ৰশ্ন, ‘এয়া ৰাম ৰাজ্য নে?’

হিংসাৰ জুইত জাহ গৈছে মণিপুৰ আৰু হাৰিয়ানা। গোষ্ঠীগত সংঘৰ্ষই বিগত তিনিমাহ ধৰি মণিপুৰ অশান্ত কৰি ৰখাৰ ষিছত এতিয়া সাম্প্ৰদায়িক সংঘৰ্ষই...

Read moreDetails

নৃশংস:! মাত্ৰ ৩ হাজাৰ টকাৰ বাবে দিল্লীত দিন-দূপৰতে যুৱকক ছুৰিকাঘাত কৰি হত্যা

দেশৰ ৰাজধানীত দিন-দূপৰতে অন কেমেৰা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। মাত্ৰ ৩ হাজাৰ টকাক কেন্দ্ৰ কৰি হোৱা বিবাদৰ পৰিণতিত হত্যাৰ...

Read moreDetails

“সকলোকে সুৰক্ষা দিয়া সম্ভৱ নহয়” : নিঃসহায় বিজেপি মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি!

মণিপুৰৰ পাছতে অন্য এক বিজেপি শাসিত ৰাজ্য হাৰিয়ানা সাম্প্ৰদায়িক সংঘৰ্ষত ৰক্তাক্ত হৈ পৰিছে। ইতিমধ্যে ছগৰাকীকৈ লোকে এই ৰক্তাক্ত সাম্প্ৰদায়িক সংঘৰ্ষত...

Read moreDetails

কুনোত পুনৰ চিতাৰ মৃত্যু: পাঁচমাহত চিতাৰ মৃত্যু ৯ টালৈ বৃদ্ধি

দেশত চিতাৰ পুনৰ বংশ বিস্তাৰৰ লক্ষ্যৰে আফ্ৰিকান দেশৰ পৰা চিতা আমদানি ঘটোৱা হৈছিল যদিও এই পৰিকল্পনা কিমান দূৰ ফলপ্ৰসূত হ'ব,...

Read moreDetails

সাম্প্ৰদায়িকতাৰ জুইত জ্বলিছে হাৰিয়ানা: দোকান-ৰেষ্টুৰেণ্টত অগ্নিসংযোগ দুৰ্বৃত্তৰ

মণিপুৰৰ পিছত এইবাৰ হিংসাজৰ্জৰ হৈ উঠিছে হাৰিয়ানা। সাম্প্ৰদায়িক সংঘৰ্ষৰ ভয়াৱহতাই উত্তাল কৰি তুলিছে ৰাজ্যখন। কালি ৰাজ্যখনৰ নুহত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ...

Read moreDetails

প্ৰসঙ্গ মণিপুৰ: কেন্দ্ৰ, ৰাজ্য চৰকাৰক তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

এতিয়াও শাম কটা নাই মণিপুৰৰ ভয়াৱহ হিংসাই। ৰাজ্যখনত শান্তি পুনৰ স্থাপনত চূড়ান্ত ব্যৰ্থ হৈছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ। মণিপুৰৰ এই...

Read moreDetails

শাক-পাচলিৰ মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ জনতা; পৰিস্থিতিৰ বুজ ল’বলৈ পুৱাই দিল্লীৰ বজাৰত ৰাহুল গান্ধী

কাহিলীপুৱা চাৰি বজাতে দিল্লীত পোনে পোনে বজাৰ পালেহি ৰাহুল গান্ধী। শাক-পাচলি বিক্ৰেতাসকলৰ লগত বহু সময় কথাও পাতিলে। তেওঁ শাক-পাচলিৰ দামকলৈ...

Read moreDetails

কেন্দ্ৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ: ৮ আগষ্টত সংসদত বিতৰ্ক, ১০ আগষ্টত উত্তৰ দিব মোদীয়ে

প্ৰায় তিনিমাহ সময় ধৰি অগ্নিগৰ্ভৰ পৰিস্থিতিয়ে বিৰাজ কৰা মণিপুৰক কেন্দ্ৰ কৰি শাসকীয় বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিৰোধী মিত্ৰজোঁট INDIA...

Read moreDetails

নৰবলি! ৰোগ নিৰাময়ৰ নামত কিশোৰক বলি দিয়াৰ অভিযোগ; গ্ৰেপ্তাৰ মহিলা পুৰোহিতসহ ৪জন

এগৰাকী মাতৃয়ে ১৪ বছৰীয়া পুত্ৰৰ ৰোগ নিৰাময়ৰ বাবে আশ্ৰমৰ এগৰাকী মহিলা পুৰোহিতৰ কাষ চাপিছিল। তেওঁ কল্পনা কৰিব পৰা নাছিল যে...

Read moreDetails

সাধাৰণ লোকৰ সামৰ্থ্যৰ বাহিৰত জুই-ছাই দাম; তাৰমাজতে ২১ লাখ টকাৰ বিলাহী লৈ নিখোঁজ ট্ৰাক

পাকঘৰৰ অতি পৰিচিত আৰু অত্যাৱশ্যকীয় পাচলি বিলাহী এতিয়া সাধাৰণ লোকৰ ক্ৰয় ক্ষমতাৰ বাহিৰত। মহঙা বজাৰত বিলাহীৰ দাম শুনি দূৰতে বিদূৰ...

Read moreDetails
Page 1160 of 1802 1 1,159 1,160 1,161 1,802

Stay Connected

Recent News