দেশ

অন্ত পৰিল অনন্তনাগ অপাৰেচন: লস্কৰ কমাণ্ডাৰসহ দুই সন্ত্ৰাসবাদীৰ মৃত্যু নিশ্চিত আৰক্ষীৰ

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত ৭ দিন ধৰি চলি থকা অভিযান আজি অন্ত পৰে। এই ভয়াৱহ সংঘৰ্ষত দেশৰ নিৰাপত্তাৰক্ষী বাহিনীৰ চাৰি বিষয়া-জোৱানৰ...

Read moreDetails

১৮ মাহে নাই দৰমহা: পথৰ কাষত ইডলি বিক্ৰী কৰি সংসাৰ চলাইছে চন্দ্ৰযান-৩ৰ সৈতে জড়িত কাৰিকৰী কৰ্মীয়ে

চন্দ্ৰযান-৩ৰ সফলতাত গৌৰৱান্বিত হৈ পৰিছিল দেশবাসী। ভাৰতীয় প্ৰযুক্তিবিদ্যা ইতিহাসৰ গৌৰৱোজ্জ্বল ক্ষণ হিচাপে বৈবেচিত হৈছিল ইছৰোৰ এই সাফল্য। পিছে ইছৰোৰ চন্দ্ৰযান-৩ৰ...

Read moreDetails

‘সৰ্বোপৰি দেশ’, কানাডাত খালিস্তানী হত্যাকাণ্ড বিষয়ত মোডী চৰকাৰৰ কাষত কংগ্ৰেছ

শেহতীয়াকৈ অপাৰেচন ব্লু ষ্টাৰৰ ৩৯ বছৰীয়া জয়ন্তী উপলক্ষে কানাডাৰ ব্ৰেম্পটনত খালিস্তানৰ সমৰ্থকসকলে ‘শোভাযাত্ৰা’ উলিয়াইছিল। সেই পেৰেডত ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ট্যোবলো...

Read moreDetails

পৃথিৱীৰ মায়া কাটি আগবাঢ়িল আদিত্য-এল১, এইবাৰ লক্ষ্য মাথোঁ সূৰ্য্য; দৃষ্টি ৰাখিছে ইছৰোই

ইছৰোৰ সৌৰ মহাকাশযান আদিত্য-এল১য়ে পৃথিৱীৰ কক্ষপথত অন্তিম পৰ্যায় সম্পূৰ্ণ কৰিছে। কক্ষপথ সলনি কৰি মহাকাশযানখন পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ পৰা ওলাই গৈছে।...

Read moreDetails

মৃত্যুৰ কিৰিলি! বেলকনিত পাৰ্টি কৰি থকাৰ সময়ত ২৪ মহলাৰ পৰা পৰি গ’ল দ্বাদশ শ্ৰেণীৰ ছাত্ৰ

মুকলি বেলকনিত পাৰ্টি চলি আছিল, হঠাতে ২৪ নং মহলাৰ ওপৰৰ পৰা তললৈ সৰি পৰিল দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰ। বন্ধু-বান্ধৱীৰ সৈতে...

Read moreDetails

মৰ্মান্তিক! চিকেন শ্বাৱাৰমা খাই মৃত্যুক সাৱটিলে নৱম শ্ৰেণীৰ ছাত্ৰীয়ে

মধ্যপ্ৰাচ্যৰ খাদ্য চিকেন শ্বাৱাৰমা আজিকালি ভাৰতত অত্যন্ত জনপ্ৰিয় হৈ পৰিছে। আৰু এই শ্বাৱাৰমাৰ বাবেই সোমবাৰে তামিলনাডুৰ নামককল জিলাত সংঘটিত হয়...

Read moreDetails

খালিস্তানী উগ্ৰপন্থী হত্যাৰ লগত জড়িত থকাৰ অভিযোগত কানাডাৰ পৰা বহিষ্কাৰ ভাৰতীয় কূটনীতিবিদ

যোৱা জুন মাহত কানাডাত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ মৃত্যু হৈছিল। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই ঘটনাত এজন ভাৰতীয় কূটনীতিবিদ...

Read moreDetails

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন কেবিনেটৰ

সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নতুন দিল্লীৰ সংসদৰ এনেক্স হলত কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ...

Read moreDetails

৩ বছৰৰ বাবে অভিনয়ৰ পৰা নিষিদ্ধ কৰা হ’ল মণিপুৰী অভিনেত্ৰী তথা গায়িকা সোমা লাইশ্ৰামক

মণিপুৰৰ জনপ্ৰিয় চলচ্চিত্ৰ অভিনেত্ৰী তথা গায়িকা সোমা লাইশ্ৰামক তিনি বছৰৰ বাবে ছবিত অভিনয় আৰু সামাজিক অনুষ্ঠানত যোগদানত নিষেধাজ্ঞা আৰোপ কৰিছে...

Read moreDetails

ছয় দিনত ‘অনন্তনাগ অপাৰেচন’: উদ্ধাৰ সন্ত্ৰাসবাদীৰ উৱলি যোৱা মৃতদেহ

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত ছয় দিন ধৰি চলি আছে নিৰাপত্তাৰক্ষীৰ অভিযান। আজিও অব্যাহত থকা অভিযানৰ মাজতে নিৰাপত্তাৰক্ষীয়ে বনাঞ্চলৰ ভিতৰৰ...

Read moreDetails
Page 1175 of 1853 1 … 1,174 1,175 1,176 … 1,853

Stay Connected

Recent News