অৱশেষত মল্লযুঁজাৰুসকলে জয়লাভ কৰিলে। ৰাষ্ট্ৰীয় মল্লযুঁজ সন্থাৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে শুকুৰবাৰে নিশা দিল্লী আৰক্ষীয়ে দুখন এফআইআৰ দাখিল...
Read moreDetailsৰাজনীতিৰ সৈতে ৰং ওতঃপ্ৰোতভাৱে জড়িত হৈ থকাটো কোনো নতুন কথা নহয়। গেৰুৱা বুলি ক’লে বিজেপিৰ কথাই অনিবাৰ্যভাৱে আহি পৰে। সেইবুলি...
Read moreDetailsঘৃণামূলক ভাষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে। ২০২২ চনত উচ্চতম ন্যায়ালয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডক নিজাববীয়াকৈ গোচৰ...
Read moreDetailsচলিত বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ অহা ৫ মে’ হ’ব।জ্যোতিৰ্বিজ্ঞানীসকলে এইবাৰ চাৰিটাকৈ গ্ৰহণ হ’ব বুলি প্ৰকাশ কৰিছে। ইয়াত দুটা সূৰ্যগ্ৰহণ আৰু দুটা...
Read moreDetailsসমাগত দক্ষিণৰ গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকৰ বিধান সভাৰ নিৰ্বাচন। অহা ১০ মেত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। তাৰপিছতেই ঘোষণা কৰা হ’ব নিৰ্বাচনী...
Read moreDetailsটাইম ট্ৰেভেলৰ কথা শুনিছেনে? নিশ্চয় শুনিছে। টাইম ট্ৰেভেল হৈছে এনে এটা বিষয় যাৰ দ্বাৰা অতীত বা ভৱিষ্যতৰ পৃথিৱীখনলৈ ভ্ৰমণ কৰাৰ...
Read moreDetailsসমাগত কৰ্ণাটক বিধান সভাৰ নিৰ্বাচন। নিৰ্বাচনক লৈ ব্যস্ত কৰ্ণাটকৰ সকলো দল। ৰাষ্ট্ৰীয় দল সমূহৰ ৰথী-মহাৰথী সকলে নিৰ্বাচনী প্ৰচাৰৰ বাবে বাহৰ...
Read moreDetailsবিহাৰ চৰকাৰৰ কাৰাগাৰৰ নীতি পৰিবৰ্তনক লৈ চলি থকা তুমুল বিতৰ্কৰ মাজতে আজি পুৱতি নিশা কাৰাগাৰৰ পৰা ওলাই আহিল বিহাৰৰ প্ৰাক্তন...
Read moreDetailsকথিত আছে, প্ৰেম আৰু যুদ্ধত সকলো শুদ্ধ। অৰ্থাৎ প্ৰেম আৰু যুদ্ধত গ্ৰহণ কৰা সকলো সিদ্ধান্তই শুদ্ধ! এই চলতি কথাষাৰকে যেন...
Read moreDetailsপৱিত্ৰ ঈদৰ বতৰতে সাম্প্ৰদায়িক ঘৃণাৰ এক বাতৰিয়ে সংবাদ মাধ্যমত স্থান লাভ কৰিছে। এগৰাকী মুছলমান য়ুটিউবাৰক হিন্দুলোকে গণপ্ৰহাৰ কৰাৰ বাতৰি পোৱা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd