দেশ

নিৰ্বাচনী ৰণদুন্দুভী বজাবলৈ সাজু INDIA: শীঘ্ৰেই আয়োজন কৰিব যৌথ ৰাজহুৱা সভা

বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁট NDA ৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ প্ৰায় সাজু হৈজে বিৰোধী মিত্ৰজোঁট INDIA। বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ...

Read moreDetails

ৰক্তাক্ত জম্মু-কাশ্মীৰ: সন্ত্ৰাসবাদীৰে সংঘৰ্ষত নিহত তিনি সেনা-আৰক্ষী বিষয়া

পুনৰ ৰক্তাক্ত হৈছে জম্মু-কাশ্মীৰ। উপত্যকাটোৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে সেনাৰ এজন কৰ্ণেল, সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটৰ...

Read moreDetails

‘আপুনি ল’ব নেকি INDIAৰ নেতৃত্ব!’ বিমানবন্দৰতে উৎসুক শ্ৰীলংকান ৰাষ্ট্ৰপতিৰ প্ৰশ্ন মমতাক

২৪ ৰ নিৰ্বাচন যিমানেই কাষ চাপি আহিছে, সিমানেই তৎপৰতা বাঢ়িছে শাসকীয় NDA আৰু বিৰোধী INDIA ৰ। দুবাৰকৈ ইতিমধ্যে একেলেঠাৰিয়ে ক্ষমতাত...

Read moreDetails

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ: নিহত দুই সন্ত্ৰাসবাদী সদস্য, এগৰাকী সেনা জোৱান নিহত

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত পুনৰ সংঘটিত হৈছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে...

Read moreDetails

কি হৈছে কোটাত! পুনৰ NEETৰ প্ৰস্তুতি চলাই থকা ১৬ বৰ্ষীয় ছাত্ৰীৰ আত্মহত্যা

ৰাজস্থানৰ কোটাত পুনৰ ছাত্ৰৰ আত্মহত্যা। NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী ১৬ বৰ্ষীয় ছাত্ৰীয়ে নিজ কোঠাত আত্মহত্যা কৰে। প্ৰকাশিত...

Read moreDetails

শোকাৱহ: মেৰামতিৰ বাবে ৰখাই থোৱা বাছত খুন্দা দ্ৰুতবেগী ট্ৰাকৰ, ১১ গৰাকী নিহত

ৰাজস্থানৰ ভাৰতপুৰত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। মেৰামতিৰ বাবে ৰখাই থোৱা এখন বাছত এখন দ্ৰুতবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত প্ৰাণ...

Read moreDetails

ফাট মেলা বসুমতী অৱস্থা মুখ্যমন্ত্ৰীৰ : টুইটাৰত হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা গৌৰৱ গগৈৰ

স্বতন্ত্ৰ ডিজিটেল সংবাদ মাধ্যম দ্য ক্ৰছ কাৰেণ্টে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পৰিয়ালৰ ভূমি ক্ষুধা আৰু কেলংকাৰীৰ ফাদিল...

Read moreDetails

লজ্জাজনক! হংকঙত কোৰিয়ান পৰ্যটকক যৌন নিৰ্যাতনৰ চেষ্টা চলাই গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ লোক

হংকঙত দক্ষিণ কোৰিয়াৰ এগৰাকী পৰ্যটকক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে ভাৰতীয় মূলৰ এগৰাকী লোক। কোৰিয়ান পৰ্যটকগৰাকীয়ে ভ্ৰমণৰ লাইভ ষ্ট্ৰীমিং...

Read moreDetails

ব্যক্তিগতভাৱে নীলা ছবি চোৱাটো কোনো অপৰাধ নহয়: কেৰালা হাইকোৰ্ট

শেহতীয়াকৈ কেৰালাৰ উচ্চ ন্যায়ালয়ে এক ৰায়দানত কয় যে “ব্যক্তিগতভাৱে পৰ্ণগ্ৰাফী চোৱাটো কোনো অপৰাধ নহয়”। অশ্লীল ভিডিঅ’ চোৱাৰ অভিযোগত অভিযুক্ত এজন...

Read moreDetails

সাৱধান! পুনৰ নিপাহ ভাইৰাছৰ আতংক, দুজনৰ মৃত্যু

দেশত নতুন দেখা দিছে নতুন আতংকই। কেৰালাত পোৱা গৈছে নিপাহ ভাইৰাছ । এই মাৰাত্মক ভাইৰাছৰ বাবে ইতিমধ্যেই দুজন লোকৰ মৃত্যু...

Read moreDetails
Page 1179 of 1853 1 … 1,178 1,179 1,180 … 1,853

Stay Connected

Recent News