দেশ

আদালতৰ নিৰ্দেশ! আজি খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজানৰ মৃতদেহৰ কবৰত চলোৱা হ’ব খনন

মঙলবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টী কবৰস্থানত আই আই টি খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ কবৰত খনন চলোৱাৰ কথা। কলিকতা উচ্চ ন্যায়ালয়ৰ ২৫ এপ্ৰিলৰ...

Read moreDetails

জন্ম, মৃত্যুৰ তথ্য ভোটাৰ তালিকাৰ সৈতে সংযোগ কৰিবলৈ চৰকাৰে আনিব বিধেয়ক: গৃহমন্ত্ৰী শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে জন্ম-মৃত্যুৰ সৈতে জড়িত তথ্যক ভোটাৰ তালিকা আৰু সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াৰ সৈতে সংযোগ কৰিবলৈ...

Read moreDetails

কৰ্ণাটকত শপত লৈয়েই শুদ্ধিকৰণ সিদ্দাৰামাইয়া-শিৱকুমাৰৰ; গোমূত্ৰৰে ধুই পেলোৱা হ’ল বিধানসভা!

ক্ষমতা দখল কৰাৰ পিছত কংগ্ৰেছে কৰ্ণাটক বিধানসভাত শুদ্ধিকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। বিধানসভা ভৱনটো গোমূত্ৰৰে ধুই পেলোৱা হ’ল। ইয়াক কেন্দ্ৰ কৰি...

Read moreDetails

ৰাজ্যসভাৰ সদস্যসকলৰ নামত খৰচ কোটি কোটি টকা; ভ্ৰমণ খৰচৰ কথা শুনিলে চকু কপালত উঠিব!

কেৱল ৰাজ্যসভাৰ সাংসদসকলেই বছৰি কোটি কোটি টকা খৰচ কৰে। তথ্যৰ অধিকাৰ আইন বা আৰ টি আইৰ তথ্য অনুসৰি যোৱা দুবছৰত...

Read moreDetails

আকৌ মণিপুৰত হিংসা, ইম্ফলৰ বজাৰত অগ্নিসংযোগ! সেনাক তলব, পুনৰ সান্ধ্য আইন জাৰি

কেইসপ্তাহৰ বিৰতিৰ পিছত মণিপুৰত সোমবাৰে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজধানী ইম্ফলৰ চেকন অঞ্চলত উত্তেজিত দুটা গোটৰ মাজত সংঘৰ্ষ বন্ধ...

Read moreDetails

আদানীৰ শ্বেয়াৰত ৬টা কোম্পানীৰ সন্দেহজনক ব্যৱসায়; কৈছে উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে

শেহতীয়াকৈ আদানী বিষয়ত উচ্চতম ন্যায়ালয়ে গঠন কৰা কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰা হৈছে। প্ৰাৰম্ভিক প্ৰতিবেদনত ইংগিত পোৱা গৈছে যে আদানীৰ কোনো...

Read moreDetails

মুছলমান যুৱকৰ সৈতে কন্যাৰ বিয়া! বিজেপি নেতাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ; ল’লে ডাঙৰ সিদ্ধান্ত

মুছলমান যুৱকৰ সৈতে বিজেপি নেতাৰ কন্যাৰ বিয়াক লৈ প্ৰতিবাদ! আৰু তাৰ পিছত তেওঁ এটা ডাঙৰ সিদ্ধান্ত ল’লে। উত্তৰাখণ্ডৰ ভাৰতীয় জনতা...

Read moreDetails

পি এম মোডী তথ্যচিত্ৰ:মানহানিৰ গোচৰত বিবিচিলৈ চমন জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ

গুজৰাটৰ এটা বেচৰকাৰী সংস্থাই দাখিল কৰা মানহানিৰ গোচৰত ব্ৰিটেইনৰ সংবাদ সংস্থা ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনক চমন জাৰি কৰি দিল্লী উচ্চ ন্যায়ালয়ে...

Read moreDetails

মুখত অজস্ৰ ফুটা : এসময়ত বলিউডৰ চেলিব্ৰেটি আজি পথৰ চাহ দোকানী

কাশী সাহা বা ডান্সাৰ কাশী বুলি ক’লে তেওঁক সকলোৱে চিনি পায়। তেওঁক এবাৰ যি লগ পাই বা দেখে সি তেঁওক...

Read moreDetails

ল’গ’ত পদুম, হাইজেক জি-২০! অভিযোগ মেহবুবা মুফতিৰ

হাইজেক হৈছে জি-২০! বৈঠকৰ ল’গ'ত পদুম চিহ্ন ব্যৱহাৰ কৰি জি-২০ ক হাইজেক কৰিছে বিজেপিয়ে। এই দাবী কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী...

Read moreDetails
Page 1209 of 1804 1 1,208 1,209 1,210 1,804

Stay Connected

Recent News