মণিপুৰৰ দুগৰাকী মহিলাক কৰা নৃশংস-বৰ্বৰ অত্যাচাৰে দেশ জ্বলাইছে। অসম মুলুকৰ ৰাইজৰ মনতো এই ঘটনাই বেজবেজাই গৈছে। মানুহ হিচাপে এয়া হোৱা...
Read moreDetailsদীৰ্ঘদিন ধৰি গোষ্ঠীগত সংঘৰ্ষই মণিপুৰ অশান্ত কৰি ৰখাৰ মাজতে শেহতীয়াকৈ দুগৰাকী মহিলাক গণ ধৰ্ষণৰ পিছত নগ্ন কৰি ৰাজপথেৰে লৈ যোৱা...
Read moreDetailsউচ্চতম ন্যায়ালয়ে আজি মণিপুৰত দুগৰাকী মহিলাই উলংগ হৈ পেৰেড কৰা ভিডিঅ’টোক “গভীৰ বিপদজ্জনক” বুলি অভিহিত কৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোক গৰিহণা...
Read moreDetailsহিংসাজৰ্জৰ মণিপুৰৰ দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰা ঘটনাৰ সৈতে জড়িত মাত্ৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মণিপুৰৰ...
Read moreDetailsবুধবাৰে ভাইৰেল হোৱা মণিপুৰত দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰা ভয়ানক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ...
Read moreDetailsমণিপুৰৰ নৃশংস নাৰী উৎপীড়নৰ ঘটনাই জোকাৰণি তুলিছে দেশত। দুই কুকি মহিলাক পথত উলংগ কৰি একাংশ মেইটেই সম্প্ৰদায়ৰ লোকে সমদল কৰি...
Read moreDetailsবিগত দুমাহতকৈ অধিক সময় ধৰি উত্তপ্ত হৈ থকা মণিপুৰৰ পৰিস্থিতিয়ে দেশব্যাপী উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যখনত সংঘটিত এক নৃশংস নাৰী...
Read moreDetailsপাকিস্তানৰ PUBG প্ৰেমী সীমা হাইদৰ সঁচাকৈয়ে এগৰাকী সাধাৰণ নাগৰিক নে আই এছ আই এজেণ্ট? তেওঁ সঁচাকৈয়ে প্ৰেমৰ বাবে ভাৰতলৈ আহিছিল...
Read moreDetailsআমাৰ দেশত হাজাৰ হাজাৰ গাঁও আছে। কিন্তু সেই গাঁওবোৰৰ ভিতৰত কিছুমান গাঁও আছে যিবোৰ নিজৰ বৈশিষ্ট্যৰ বাবে বিখ্যাত বা কুখ্যাত...
Read moreDetailsবৃহস্পতি বাৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ গ্ৰীষ্মকালীন অধিৱেশন ইয়াৰ পূৰ্বে বুধবাৰে চৰকাৰে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰে। আচলতে যিকোনো অধিৱেশন...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd