দেশ

‘মিছন শক্তি’ৰ সফলতা : প্ৰধান মন্ত্ৰীৰ লগতে মুখ্য মন্ত্ৰী সোণোৱালৰো দেশৰ বিজ্ঞানী সকলক অভিনন্দন

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ বিজ্ঞানীসকলক বিশেষকৈ প্ৰতিৰক্ষা গৱেষণা উন্নয়ন প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলক এনটি চেটেলাইট মিছাইল সফলতাৰে পৰীক্ষণ সম্পন্ন কৰা...

Read more

নিৰ্বাচনত ধন বিতৰণ, গুণ্ডাগিৰি দেখিলেই কিদৰে দিব অভিযোগ?

লোকসভা নিৰ্বাচনত ধন বিতৰণ, গুণ্ডাগিৰিকে ধৰি নিৰ্বাচনী আচৰণ বিধি ভংগকাৰী যিকোনো ঘটনাৰে তৎকালে অভিযোগ দাখিল কৰিব পৰাৰ ব্যৱস্থা মুকলি কৰিছে...

Read more

ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছত সংঘটিত অগ্নিকাণ্ডত দুজন লোকৰ মৃত্যু

পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ চাথাতত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত দুজন লোকৰ মৃত্যু হয়। ৰাতিপুৱা ১১ মান বজাত সংঘটিত...

Read more

‘অষ্টলক্ষ্মী’ উত্তৰ-পূবৰ ভূগোল আৰু পৰিচয়ৰ ৰাজনীতিৰ জ্ঞান এতিয়াও হোৱা নাই বিজেপিৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দোহাৰি অহা ‘অষ্টলক্ষ্মী’ উত্তৰ-পূবৰ ভূগোল আৰু পৰিচয়ৰ ৰাজনীতিৰ জ্ঞানৰ পৰা এতিয়াও বহু দূৰত ৰৈছে বিজেপি! “পৰিচয়”ৰ...

Read more

অধিনায়ক হিচাপে গুৱাহাটীত আত্মপ্ৰকাশ কৰা গৌতম গম্ভীৰৰ বিজেপিত যোগদান

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে গুৱাহাটীত আত্মপ্ৰকশ কৰা প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৌতম গম্ভীৰে আজি আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে। আগন্তুক...

Read more

এইবাৰ লুইতৰ বুকুয়েদি জাহাজত অসমলৈ মানুহ পঠিয়াব বাংলাদেশ চৰকাৰে

নাগৰিকত্ব বিধেয়কক লৈ শেহতীয়াকৈ উত্তাল হৈ থকা অসমলৈ লুইতৰ বুকুয়েদি এইবাৰ জাহাজেৰে মানুহ পঠিয়াব খুজিছে বাংলাদেশ চৰকাৰে। বাংলাদেশৰ সচিবালয়ত বুধবাৰে...

Read more

আত্মহত্যা নে হত্যা?: দিল্লীৰ ফ্লেটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অসমীয়া মহিলাৰ মৃতদেহ

দেশৰ ৰাজধানী নতুন দিল্লীত ডেইজী দাস নামৰ এগৰাকী অসমীয়া মহিলাৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে মৃত মহিলা গৰাকীৰ আত্মীয়ৰ মাজত চাঞ্চল্যৰ সৃষ্টি...

Read more

কাইলৈ উত্তৰ-পূবত নিৰ্বাচনী ৰণশিঙা বজাব ৰাহুল গান্ধীয়ে

নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লোৱাৰ উদ্দেশ্যৰে মঙলবাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী উত্তৰ-পূব ভ্ৰমণলৈ আহিব। গান্ধীয়ে অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মণিপুৰত...

Read more

সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি আকৌ স্বৰ্ণজয় দৌৰৰাণী হিমাৰ

সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি ভাৰতীয় এথলেটিকছৰ নৱতম চাঞ্চল্য হিমা দাসে আজি অনুষ্ঠিত এখন প্ৰতিযোগিতাৰ ৪০০ মিটাৰ শাখাত স্বৰ্ণ পদক দখল...

Read more

১৭ বছৰ অনূৰ্ধ্ব মহিলা ফুটবল বিশ্বকাপৰ ভ্যেনুৰ পৰা বঞ্চিত হোৱাৰ দিশে গুৱাহাটী

২০২০ চনত দেশত অনুষ্ঠিত হ’ব লগীয়া ফিফা ১৭ বছৰ অনূৰ্ধ্বৰ মহিলা বিশ্বকাপ ফুটবলৰ ভ্যেনুৰ পৰা বঞ্চিত হোৱাৰ পথত ভাৰতীয় ফুটবলৰ...

Read more
Page 1288 of 1297 1 1,287 1,288 1,289 1,297

Recent News