DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি আকৌ স্বৰ্ণজয় দৌৰৰাণী হিমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2019 7:26 pm
পদক গ্ৰহণৰ সময়ত হিমা দাস।

পদক গ্ৰহণৰ সময়ত হিমা দাস।

916
VIEWS
Share on FacebookShare on Twitter

সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি ভাৰতীয় এথলেটিকছৰ নৱতম চাঞ্চল্য হিমা দাসে আজি অনুষ্ঠিত এখন প্ৰতিযোগিতাৰ ৪০০ মিটাৰ শাখাত স্বৰ্ণ পদক দখল কৰে। পাঞ্জাৱৰ পাটিয়ালাত চলি থকা ফেডাৰেচন কাপ প্ৰতিযোগিতাখনত হিমাই ৫২.৮৮  ছেকেণ্ডত ৪০০ মিটাৰ দৌৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে।

আনহাতে, ৫৩.১৫ ছেকেণ্ডেৰে ৰূপ আৰু ৫৩.২৮ ছেকেণ্ডেৰে ব্ৰঞ্জৰ পদক দখল কৰে ক্ৰমে কৰ্ণাটকৰ এম আৰ পোভাম্মা আৰু গুজৰাটৰ সৰিতা বেনে।

উল্লেখযোগ্য যে, বিগত ৮ মাৰ্চত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰিক্সত চতুৰ্থ স্থান দখল কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল হিমা। কিন্তু আজিৰ দুৰন্ত প্ৰদৰ্শনেৰে তেওঁ প্ৰমাণ কৰি দিলে সমালোচনাই তলাব নোৱৰা দৃঢ় খেলুৱৈ সুলভ মানসিকতা।

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে প্ৰায় ছয় সপ্তাহ বিৰতিত থকা হিমাই পদক দখল কৰি উৎফুল্ল হৈ পৰে। সংবাদ মাধ্যমৰ আগত খেলুৱৈ গৰাকীয়ে তেওঁৰ পৰৱৰ্তী লক্ষ্য ২৬ এপ্ৰিলৰ পৰা ডোহাত অনুষ্ঠিত হ’ব লগা এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ বুলি মন্তব্য কৰে।

হিমাৰ প্ৰদৰ্শনত খেলুৱৈ গৰাকীৰ লগতে প্ৰশিক্ষক গালিয়ানাও যথেষ্ট উৎফুল্ল হৈ পৰে। হিমাক স্বৰ্ণ পদকৰ বাবে শুভেচ্ছা জনাই প্ৰশিক্ষক গৰাকীয়ে ২০২০ টকিঅ’ অলিম্পিকৰ বাবে কঠোৰ সাধনা কৰাৰ বাবে আহ্বান জনায়।

Recent News

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd