• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ লুইতৰ বুকুয়েদি জাহাজত অসমলৈ মানুহ পঠিয়াব বাংলাদেশ চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 21, 2019 8:37 pm

1 min read

Bangladesh Govt wishes to start ship service to Assam water transport minister khalid mahmud choudhury

বাংলাদেশৰ ৰাজ্যিক নৌ পৰিবহণ মন্ত্ৰী খালিদ মাহমুদ চৌধুৰী। ছবি সৌজন্য-- www.bangladeshlivenews.com।

649
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কক লৈ শেহতীয়াকৈ উত্তাল হৈ থকা অসমলৈ লুইতৰ বুকুয়েদি এইবাৰ জাহাজেৰে মানুহ পঠিয়াব খুজিছে বাংলাদেশ চৰকাৰে।

বাংলাদেশৰ সচিবালয়ত বুধবাৰে এই কথা ঘোষণা কৰিছে দেশখনৰ ৰাজ্যিক নৌ পৰিবহণ মন্ত্ৰী খালিদ মাহমুদ চৌধুৰীয়ে।

কিছুদিন পূৰ্বে এটা ব্যক্তিগত কোম্পানিয়ে জাহাজ চলোৱাৰ প্ৰচেষ্টা লৈয়ো বিমুখ হোৱাৰ কথা উল্লেখ কৰি এইবাৰ বাংলাদেশ চৰকাৰে নিজাকৈ পদক্ষেপ লোৱাৰ কথা সদৰী কৰিছে মন্ত্ৰীজনে।

“আমি অসমৰ লগতে আনফালেও যাম। কিছুদিন আগতে প্রাইভেট কোম্পানি এটা ঘূৰি আহিছে। অকল আঞ্চলিক নহয়, এই অঞ্চলৰ বাহিৰত যোৱাৰো আগ্রহ আছে। আমাৰ সক্ষমতা যিমান বেছি বাঢ়িব, আমাৰ বিস্তৃতিও সিমানে বেছি বাঢ়িব,” মন্ত্ৰী চৌধুৰীৰ এই উদ্ধৃতি bangladeshlivenews.com-ৰ।

সকলো সময়তে অৰ্থনীতিৰ কথা চালেই নহ’ব, সম্পৰ্কৰ কথাও কিছু চাব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীজনে ১০ হাজাৰ কিলোমিটাৰ নদীপথ তৈয়াৰীৰ বাবে বাংলাদেশ চৰকাৰৰ উচ্চাকাংক্ষী পৰিকল্পনাৰ কথাও সদৰী কৰে।

তেওঁ জনায় যে বাংলাদেশৰ পৰা ৭০ বছৰৰ বিৰতিত অহা ২৯ মার্চৰ পৰা কলকাতালৈ জাহাজ চলাচল পুনৰ আৰম্ভ কৰাৰ পিছতে অসমলৈকো নৌ পৰিবহণ আৰম্ভ কৰিব খোজে।

সেয়ে হ’লে অহা ব’হাগ বিহুৰ আগে-পিছেও অসমলৈ জাহাজ চলাবলৈ সাজু বাংলাদেশ।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd