দেশ

উত্তৰাখণ্ডত হিমস্খলনত আৱদ্ধ ২৯ পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থী: ৮ গৰাকীক উদ্ধাৰ, এতিয়াও আৱদ্ধ ২১ গৰাকী

উত্তৰাখণ্ডৰ দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত আজি সংঘটিত হোৱা হিমস্খলনৰ ফলত ২৯ গৰাকী পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থী আৱদ্ধ হৈ পৰে। ইয়াৰে আঠগৰাকীক বৰ্তমানলৈকে...

Read moreDetails

খালী লিফ্টেৰে এঘাৰ মহলাৰ পৰা বাগৰি পৰি নিহত অভিযান্ত্ৰিক ছাত্ৰ: নিৰ্মাতাৰ বিৰুদ্ধে গোচৰ ৰুজু

দেওবাৰে নিশা ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। জয়পুৰৰ আজমেৰ ৰোডৰ মাই হাভেলি এপাৰ্টমেণ্টত এটা খালী লিফ্টেৰে তললৈ বাগৰি...

Read moreDetails

লখিমপুৰৰ কৃষক হত্যাকাণ্ডৰ এটা বছৰ: মৃতকৰ পৰিয়ালে ন্যায় লাভ নকৰাত ক্ষোভ ৰাকেশ টিকাইটৰ

যোৱা বৰ্ষৰ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত নৃশংস কৃষক হত্যাকাণ্ডৰ ঘটনাই এটা বছৰ অতিক্ৰম কৰিলে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয়...

Read moreDetails

নৃত্যৰত অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল পুত্ৰৰ: চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়তে পিতৃৰো মৃত্যু

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ চহৰত শনিবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। অঞ্চলটোত নিশা অনুষ্ঠিত হোৱা এক গৰবা অনুষ্ঠানত নৃত্য কৰি...

Read moreDetails

ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হ’ল প্ৰথমখন দেশীয় নিৰ্মিত যুঁজাৰু হেলিকপ্টাৰ ‘প্ৰচণ্ড’

ভাৰতীয় বায়ু সেনাৰ ইতিহাসত এক নৱ সংযোজন ঘটাই আজি অন্তৰ্ভুক্ত কৰা হয় দেশৰ প্ৰথমখন দেশীয় নিৰ্মিত যুঁজাৰু হেলিকপ্টাৰ ‘প্ৰচণ্ড’। আজি...

Read moreDetails

জম্মু-কাশ্মীৰত ভয়াৱহ দুৰ্ঘটনা: ৪০ ফুট তলৰ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ; এগৰাকী নিহত, আহত ৬৭ গৰাকী

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত আজি সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰাৰ ফলত...

Read moreDetails

ৰাজস্থানৰ সীমান্তত পাকিস্তানৰ ড্ৰোনে পেলাই থৈ গ’ল ৩ কিলোগ্ৰামতকৈও অধিক হেৰোইন

ভাৰতত পাকিস্তানৰ ড্ৰোন প্ৰৱেশ কৰাৰ ঘটনা এতিয়া আৰু নতুন হৈ থকা নাই। কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত পাকিস্তানৰ ড্ৰোন প্ৰৱেশ...

Read moreDetails

কলকাতাত ১০০০ কিলোগ্ৰাম ওজনৰ অষ্ট ধাতুৰ মূৰ্তিয়ে দৃষ্টি আকৰ্ষণ কৰিছে ভক্তৰ

কলকাতাৰ দুৰ্গা পূজাত ১০০০ কিলোগ্ৰাম ওজনৰ ১১ ফুট ওখ অষ্ট ধাতুৰ মূৰ্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। পঁচিশজনতকৈও অধিক শিল্পীয়ে মূৰ্তিটো...

Read moreDetails

এইবাৰ মাত্ৰ ১৫,০০০ টকাতে উপলব্ধ হ’ব জিঅ’ৰ লেপটপ

ৰিলায়েন্স জিঅ'ই অতি কম দামতে ফোন দিয়াৰ পিছত এইবাৰ মাত্ৰ ১৫ হাজাৰ টকাতে লেপটপ বজাৰত মুকলি কৰিব। এখন ৪জি চিম...

Read moreDetails

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক ‘ৰাষ্ট্ৰৰ পিতা’ আখ্যা দি বিদেশৰ পৰা মৃত্যুৰ ভাবুকি পালে ইমামে

ভাগৱতক 'ৰাষ্ট্ৰৰ পিতৃ' বুলি কোৱাৰ বাবে এগৰাকী ইমামে বিদেশৰ পৰা ফোনযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে। কিছুদিন আগতে আৰ এছ এছ...

Read moreDetails
Page 1388 of 1807 1 1,387 1,388 1,389 1,807

Stay Connected

Recent News