দেশ

পুনৰ কোভিডত আক্ৰান্ত কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধী

পুনৰ কোভিডত আক্ৰান্ত হ’ল কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধী। ছোনিয়া গান্ধী জুনত কোভিড-১৯ ত আক্ৰান্ত হৈছিল । চিকিৎসাৰ বাবে তেওঁক...

Read moreDetails

‘হৰ ঘৰ ত্ৰিৰংগা’ যাত্ৰাত অথন্তৰ: গৰুৱে মহতিয়ালে গুজৰাটৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীক

দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তি উলহ-মালহেৰে আয়োজন কৰিছে বিজেপিয়ে। স্বাধীনতা দিৱস উদযাপনৰ বাবে গ্ৰহণ কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ...

Read moreDetails

বৰষুণে পানী কৰিব নেকি স্বাধীনতা দিৱসৰ আনন্দ, ১২-১৬ আগষ্টলৈ অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

সন্মুখত স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰিবলৈ সাজু হৈছে চৰকাৰ তথা জনতা। ইয়াৰ মাজতে ধাৰাসাৰ বৰষুণৰ আগজাননীয়ে অসমত বৰষুণে...

Read moreDetails

ভাৰত-চীন উত্তেজনাৰ মাজতে ভাৰতত অৱতৰণ ফ্ৰান্সৰ তিনি খনকৈ যুদ্ধ বিমানৰ, কিয় আহিল যুদ্ধ বিমান?

ভাৰত-চীন উত্তেজনাৰ মাজতে ফ্ৰান্সৰ বায়ু সেনাৰ তিনিখন ৰাফেল যুঁজাৰু বিমান ভাৰতত অৱতৰণ কৰিছে। ফ্ৰান্সৰ অত্যাধুনিক যুঁজাৰু বিমানসমূহে তামিলনাডুৰ চুলুৰ বায়ু...

Read moreDetails

‘স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰা সকলৰ ঘৰৰ ছবি তুলি ৰখা হ’ব ‘: বিজেপি নেতাৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া

'স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰা সকলক চিনাক্ত কৰক', এই মন্তব্য এগৰাকী বিজেপি নেতাৰ।উত্তৰাখণ্ড বিজেপিৰ সভাপতি মহেন্দ্ৰ ভাটে কয় যে যিসকলে...

Read moreDetails

ফুচকাপ্ৰেমে মাতিলে বিপদ: ফুচকা খাই অসুস্থ হ’ল শতাধিক লোক, পালেগৈ চিকিৎসালয়

একাংশ খাদ্য ৰসিকৰ বাবে ফুচকা নামৰ লঘূ ফাষ্টফুডবিধ খুবেই প্ৰিয়। যুৱচামৰ, বিশেষকৈ যুৱতী বা কিশোৰীসকলৰ মাজত ফুচকাৰ জনপ্ৰিয়তা অত্যন্ত বেছি।...

Read moreDetails

দুই আফ্ৰিকানসহ ৬ ড্ৰাগ ডিলাৰক আটক দিল্লী আৰক্ষীৰ: জব্দ ১০ কোটি টকাতকৈও অধিক মূল্যৰ ড্ৰাগছ

দিল্লী আৰক্ষীৰ এণ্টি-নাৰ্ক'টিক্স টাস্ক ফ'ৰ্চে ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনত আজি ড্ৰাগছৰ বিৰুদ্ধে চাৰিটা পৃথক পৃথক অভিযানত বিশেষ সফলতা লাভ কৰিছে। এই...

Read moreDetails

উত্তৰ প্ৰদেশৰ যমুনা নদীত নাও দুৰ্ঘটনা: ২০ গৰাকী যাত্ৰী নিহত

উত্তৰ প্ৰদেশৰ বান্দাৰ যমুনা নদীত সংঘটিত হৈছে এক ভয়াৱহ নাও দুৰ্ঘটনা। ৪০ জন যাত্ৰীক কঢ়িয়াই নিয়া এখন নাও নদীৰ মাজভাগতে...

Read moreDetails

মহাৰাষ্ট্ৰত আয়কৰ বিভাগৰ অভিযান: ৩৯০ কোটি টকা মূল্যৰ বেনামী সম্পত্তি জব্দ

মহাৰাষ্ট্ৰত এগৰাকী ষ্টীল, কাপোৰ আৰু ৰিয়েল ইষ্টেট ব্যৱসায়ীৰ চৌহদত অভিযান চলাই আয়কৰ বিভাগে জব্দ কৰিছে ৩৯০ কোটি টকা মূল্যৰ অবৈধ...

Read moreDetails

প্ৰেমক কেন্দ্ৰ কৰি কৰ্ণাটকত সাম্প্ৰদায়িক সংঘৰ্ষ: দুগৰাকী ব্যক্তিৰ মৃত্যু

দুই যুৱক-যুৱতীৰ প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰি কৰ্ণাটকত সংঘটিত হৈছে সাম্প্ৰদায়িক সংঘৰ্ষৰ। ৰাজ্যখনৰ কপ্পাল জিলাৰ হুলিহাইদৰ গাঁৱত হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী...

Read moreDetails
Page 1419 of 1808 1 1,418 1,419 1,420 1,808

Stay Connected

Recent News