দেশ

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

বৃহস্পতিবাৰে পুৱাই সংঘৰ্ষত কঁপি উঠে কাশ্মীৰ উপত্যকা। কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এটা সেনা ঘাটিত পুৱতি নিশা সেনাৰে হোৱা সংঘৰ্ষত কমেও দুজন...

Read moreDetails

২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

এগৰাকী নতুন মুখ্য ন্যায়াধীশ লাভ কৰিবলৈ ওলাইছে দেশে। অহা ২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশগৰাকীক। বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ...

Read moreDetails

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এখন নহয়, দুখন নহয় দেশৰ কেইবাখনো ৰাজ্যত হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে বিজেপিৰ বহিষ্কৃত নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু...

Read moreDetails

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

মাত্ৰ কেইখন মান ফটোৱে এতিয়া জীৱন তিক্ততাৰে ভৰাই তুলিছে কলকাতাৰ এগৰাকী অধ্যাপিকাৰ। কলকাতাৰ ছেইণ্ট জেভিয়াৰ বিশ্ববিদ্যালয় এগৰাকী অধ্যাপিকাই বিকিনি পিন্ধি...

Read moreDetails

ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত ভাৰভাৰা ৰাওক জামিন উচ্চতম ন্যায়ালয়ৰ

চাৰিটাকৈ বছৰ কাৰাবন্দী হৈ থকাৰ পিছত অৱশেষত জামিন লাভ কৰিছে বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা কবি ভাৰভাৰা ৰাৱে। ভীমা-কোৰেগাঁও গোচৰত...

Read moreDetails

কূটাঘাতৰ পৰিকল্পনা! দিৱসৰ প্ৰাকক্ষণত পুলৱামাত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

সমাগত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। এই গৌৰৱময় দিনটোৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰত উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীক লৈ সৃষ্টি হৈছে...

Read moreDetails

ভক্তপ্ৰাণ চোৰ! মন্দিৰৰ দেৱী মূৰ্তিৰ সমুখত সেৱা জনাই লুটি নিলে সকলো

চোৰৰ নাথাকিব কোনো ইশ্বৰ ভক্তি, তেনে কথা জানো আছে! পৰিস্থিতিৰ তাড়নাত চুৰি বৃত্তি আদৰি ল'লেও ইশ্বৰৰ প্ৰতি থকা আস্থা আৰু...

Read moreDetails

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ অভিযান: আবদ্ধ তিনি সন্ত্ৰাসবাদী সদস্য

জম্মু-কাশ্মীৰত বিগত কেইমাহমানৰ পৰা চলি থকা নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ নিৰ্মূল অভিযানৰ অংশ স্বৰূপে আজি পুৱতি দিনা উপত্যকাটোৰ বুদগাম জিলাত আন এক...

Read moreDetails

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছত আজি বিহাৰত গঠন হ'ব মহাজোঁটৰ নতুন চৰকাৰ। মঙ্গলবাৰে বিজেপিৰ সঙ্গ ত্যাগ কৰি জেডিইউৰ নেতা তথা...

Read moreDetails

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই আজি বিজেপিৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰিলে বিহাৰৰ শাসনাধিষ্ঠ জেডিইউ- এ। বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ পৰা...

Read moreDetails
Page 1420 of 1808 1 1,419 1,420 1,421 1,808

Stay Connected

Recent News