দেশ

দেশত যোৱা ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানজনে হেৰুৱালে প্ৰাণ?

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ দৰে ৪০হাজাৰৰ সামান্য ওপৰতেই আছে। সেইদৰে দৈনিক...

Read moreDetails

সংসদ ভৱনতে অসমীয়াক গুলীওৱাৰ হুংকাৰ দিয়া মিজো সাংসদক গ্ৰেপ্তাৰ কৰাৰ সাহস হ’বনে অসম আৰক্ষীৰ?

অসম-মিজোৰাম সীমান্তত ৭ জনকৈ লোকক মিজো আৰক্ষীয়ে হত্যা কৰাৰ পিছত এইবাৰ সংসদ ভৱনৰ বাকৰিৰ পৰাই অসমীয়াক গুলীওৱাৰ হুংকাৰ প্ৰদান কৰিছে...

Read moreDetails

এইবাৰ অসম-মিজোৰামৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ মাতি পঠিয়ালে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে, কাইলৈ অনুষ্ঠিত হ’ব বৈঠক

অসম আৰু মিজোৰামৰ মাজত সীমা বিবাদ তুংগত থকাৰ সময়তে অসম তথা মিজোৰামৰ মুখ্যমন্ত্ৰীদ্বয়ক দিল্লীলৈ মাতি পঠিয়ালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।...

Read moreDetails

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘নৰম স্থিতি’ক ভেঙুচালি কৰি কেন্দ্ৰলৈ মিজোৰাম চৰকাৰৰ ‘গৰম’ পত্ৰ, কি লিখিছে পত্ৰত?

অসম-মিজোৰাম সীমা বিবাদে নিতৌ নতুন ৰূপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যিটো সময়ত সমস্যাটোকলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ‘আমি কাকো...

Read moreDetails

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ বাসৱৰাজ বোম্মাইৰ

লিংগায়ৎ সম্প্ৰদায়ৰ নেতা বাসৱৰাজ বোম্মাইয়ে আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে। আজি দুপৰীয়া ৰাজভৱনৰ গ্লাছ হাউচত বোম্মাইক পদ আৰু গোপনীয়তা...

Read moreDetails

ধৰ্ম নিৰপেক্ষ স্থিতিয়েই কাল হ’ল নেকি কৰ্ণাটকৰ বিদায়ী মুখ্যমন্ত্ৰী য়েডি য়ুৰাপ্পাৰ বাবে? কি স্থিতি লৈছিল তেওঁ

বিজেপি শাসতি ৰাজ্য কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডি য়ুৰাপ্পাই অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হ’ল। আজি বিয়লি য়ুৰাপ্পাই তেওঁৰ পদত্যাগ পত্ৰ কৰ্ণাটকৰ ৰাজ্যপালৰ...

Read moreDetails

পেগাছাছৰ নজৰৰ পৰা সাৰি যাব পৰা নাছিল ভাৰতীয় সেনা, বিএছএফ আৰু ‘ৰ’ৰ দৰে সংস্থাৰ বিষয়াও!

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছে ভাৰতকে ধৰি বিশ্বৰ বহু দেশৰ অসংখ্য লোকৰ ফোন টেপ কৰাৰ কথাই এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে। ভাৰতত সাংবাদিক,...

Read moreDetails

হিমাচল প্ৰদেশত পাহাৰৰ পৰা হঠাতে নামি অহা শিল-মাটিয়ে ধ্বংস কৰিলে দলং,৯ পৰ্যটক নিহত,শিহৰণকাৰী ভিডিঅ’

প্ৰকৃতিৰ ৰম্যভূমি হিমাচল প্ৰদেশত আজি সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পাহাৰৰ পৰা হঠাতে নামি অহা শিল-মাটিয়ে এখন দলং ধ্বংস কৰি...

Read moreDetails

বক্সিং ৰিঙত অপ্ৰতিৰোধ্য মেৰী কম: প্ৰতিপক্ষ গাৰ্চিয়াক পৰাভূত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ

টকিঅ’ অলিম্পিকত কালি মণিপুৰৰ মীৰা বাঈ চানুৱে ভাৰতৰ বাবে প্ৰথমটো মেডেল জয় কৰাৰ পিছত আজি পুনৰ উত্তৰ পূৰ্বাঞ্চলৰ আন এক...

Read moreDetails

অলিম্পিকত দেশলৈ প্ৰথমটো মেডেল কঢ়িয়াই অনা মীৰাবাই চানুলৈ ১ কোটি টকাৰ পুৰস্কাৰ মণিপুৰ চৰকাৰৰ

অলিম্পিকত দেশলৈ প্ৰথমটো মেডেল কঢ়িয়াই অনা মীৰাবাই চানুলৈ ১ কোটি টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে মণিপুৰ চৰকাৰে। আজি পদক...

Read moreDetails
Page 1583 of 1813 1 1,582 1,583 1,584 1,813

Stay Connected

Recent News