দেশ

কাইলৈ পুৱা তিহাৰ জেলত ফাঁচী দিয়া হ’ব নিৰ্ভয়াৰ চাৰিও ধৰ্ষণকাৰীক

নিৰ্ভয়াৰ চাৰিওগৰাকী ধৰ্ষণকাৰীক শুকুৰবাৰে পুৱা ৫.৩০ বজাত ফাঁচী দিয়া হ’ব। দিল্লীৰ এখন আদালতে নিৰ্ভয়াৰ ধৰ্ষণকাৰীসকলৰ এখন আৱেদন বৃহস্পতিবাৰে খাৰিজ কৰিছে।...

Read moreDetails

ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

তীব্ৰ বিতৰ্কৰ মাজতে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি দিনৰ প্ৰায় ১১ বজাত ৰাজ্যসভাৰ সদস্যৰূপে শপত গ্ৰহণ কৰিলে। তেওঁৰ...

Read moreDetails

মহামাৰী ক’ৰ’না; মূঠ ৮,২৭২ গৰাকীৰ মৃত্যু, আক্ৰান্তৰ সংখ্যা ১,১৬,৯৯৮লৈ বৃদ্ধি

মহামাৰী ৰূপ ধাৰণ কৰা ক'ৰ'না ভাইৰাছত সমগ্ৰ বিশ্বত বৰ্তমান ১,১৬,৯৯৮ জন আক্ৰান্ত ব্যক্তি আছে, ইয়াৰে ৬,৪৩৭ জন লোকৰ অৱস্থা উদ্বেগজনক।...

Read moreDetails

দেশত কৰ’না ভাইৰাছত আক্ৰান্ত ১৫১লৈ বৃদ্ধি; সৰ্বাধিক মহাৰাষ্ট্ৰত, তাৰ পিছতে কেৰালা

স্বাস্থ্য মন্ত্ৰ্যালয়ে বুধবাৰে সদৰী কৰা মতে ভাৰতত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫১ গৰাকীলৈ বৃদ্ধি পাইছে। দেশত চিনাক্ত হোৱা কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগীৰ...

Read moreDetails

কৰ’নাভাইৰাছ: ডায়ন’ছৰৰ পোচাকত পথত স্পেইনৰ ব্যক্তি, ভাইৰেল Video

কৰ’নাভাইৰাছে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ মাজতে স্পেইনত এজন ব্যক্তিয়ে ডায়ন’ছৰৰ পোচাকেৰে নিজকে ঢাকি পথলৈ ওলোৱাৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে।...

Read moreDetails

CAAত “ঋণাত্মক” দিশ দেখিছে অসমৰ বিজেপি বিধায়কে, বাংলাদেশৰ জনজাতিৰ বাবে “বিশেষ ব্যৱস্থা” দাবী

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে অসমৰ এজন বিজেপি বিধায়কে সংশোধিত নাগৰিকত্ব আইনখনত ‘ঋণাত্মক’ দিশ দেখিছে আৰু...

Read moreDetails

ভাৰতত ১০ সপ্তাহত ওলাব পাৰে কৰ’নাভাইৰাছৰ দৰৱ

ভাৰতত ছয়ৰ পৰা দহ সপ্তাহৰ ভিতৰত কৰ’নাভাইৰাছৰ দৰৱ ওলাব পাৰে। পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰততো কৰ’নাভাইৰাছৰ প্ৰতিষেধক বা দৰৱ উলিওৱাৰ...

Read moreDetails

৫ গুণ বৃদ্ধি কৰা হ’ল ৰে’লৱেৰ প্লেটফৰ্ম টিকেটৰ দাম

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাণ্ডলিক ৰে’লৱেই ট্ৰেইন ষ্টেশ্যনসমূহত মানুহৰ ভিৰ কমোৱাৰ উদ্দেশ্যৰে প্লেটফৰ্ম টিকেটৰ দাম ১০ টকাৰ...

Read moreDetails

অসমৰ ২৫ বছৰীয়া মডেলক উত্তৰ প্ৰদেশত ধৰ্ষণ

অসমৰ এগৰাকী ২৫ বছৰীয়া যুৱতী মডেলক উত্তৰ প্ৰদেশত ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৰ্ষণত নাম সাঙোৰ খোৱা...

Read moreDetails

কৰ’নাভাইৰাছ: বন্ধ থাকিব তাজ মহল

পৰ্য্যটকৰ বাবে মঙলবাৰৰ পৰা বন্ধ থাকিব তাজ মহল। কৰ’নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থাৰ অংশৰূপে পৰ্য্যটন মন্ত্ৰ্যালয়ে ৩১ মাৰ্চলৈকে সাময়িকভাৱে তাজ মহল...

Read moreDetails
Page 1747 of 1819 1 1,746 1,747 1,748 1,819

Stay Connected

Recent News