দেশ

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

তীব্ৰ বায়ু প্ৰদূষণৰ কবলত ​​ভাৰত। প্ৰদূষণৰ বাবে ইয়াৰ নাগৰিকৰ আয়ুস হ্ৰাস পাইছে। ভাৰতৰ ১৪০ কোটি বাসিন্দাই এনে পৰিৱেশত বাস কৰে...

Read moreDetails

বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ গুৱাহাটীৰ জনজীৱন! ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ!

গণেশগুৰি-হাতীগাঁও, গণেশগুৰি-বেলতলা সংযোগী পথ বানৰ কৱলত পৰিছে। বানৰ ফলত ৰাস্তাতে আৱদ্ধ হৈ পৰিছে যান-বাহন। জি এছ ৰোড, এটি ৰোড, ভৱেন্দ্ৰ...

Read moreDetails

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

চাৰিখন পাৰমাণৱিক শক্তিধৰ দেশ ভাৰত, চীন, উত্তৰ কোৰিয়া আৰু ৰাছিয়া একে মঞ্চত। এছিয়া আৰু ইউৰোপৰ পাৰমাণৱিক শক্তিধৰ দেশকেইখন আমেৰিকাৰ চাপত...

Read moreDetails

অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

কৰ্ণাটক উচ্চ ন্যায়ালয়ে অনলাইন গেমিং কোম্পানী A23 দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে। অহা ৩০ আগষ্টত এই গোচৰৰ...

Read moreDetails

সকলো ধৰ্মৰ ওপৰত ‘ধৰ্ম প্ৰতিষ্ঠা’, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান মোহন ভাগৱতৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে কয়, ‘ধৰ্ম প্ৰতিষ্ঠা’ বা ‘ধৰ্মৰ সুৰক্ষা’ সকলো ধৰ্মৰ ওপৰত। এই জ্ঞানেৰেহে বিশ্ব শান্তি বজাই...

Read moreDetails

ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

এগৰাকী জ্যেষ্ঠ ন্যায়াধীশে চেন্নাইস্থিত নেশ্যনেল কোম্পানী ল’ আপীল ট্ৰিবিউনেল (এনচিএলএটি)ৰ এটা গোচৰ প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ...

Read moreDetails

অস্বস্তিত অসম আৰক্ষী! সাংবাদিক অভিসাৰ শৰ্মাক ৪ সপ্তাহৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান ছুপ্ৰীম কোৰ্টৰ

অসম চৰকাৰে ৩ হাজাৰ বিঘা জনজাতীয় ভূমি ব্যক্তিগত চিমেণ্ট কাৰখানালৈ আবণ্টন দিয়াৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰি অসমত ৰুজু হোৱা...

Read moreDetails

৬৫ লাখৰ ভিতৰত ২.৫ লাখে আবেদন কৰিছে, SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নতুন তথ্য

বিহাৰৰ এছআইআৰত লাখ লাখ ভোটাৰৰ নাম বাদ পৰিছে বুলি বিৰোধীয়ে দাবী কৰে। কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে এই পৰ্যন্ত বাদ...

Read moreDetails

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

শ্বপিং মল বা ডিপাৰ্টমেণ্ট ষ্ট’ৰসমূহত প্ৰায়ে দেখা যায় যে গ্ৰাহকৰ পৰা মোবাইল নম্বৰ বিচৰা হয়। সাধাৰণতে এইটো কৰা হয় ‘ল’য়েলটি...

Read moreDetails

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

আমেৰিকাত ৫০% শুল্কৰ সন্মুখীন হোৱা বস্ত্ৰ ৰপ্তানিকাৰকসকলক সহায় কৰিবলৈ চৰকাৰে বৃহস্পতিবাৰে (২৮ আগষ্ট, ২০২৫) কপাহৰ শুল্কমুক্ত আমদানি ৩১ ডিচেম্বৰলৈকে আৰু...

Read moreDetails
Page 512 of 1881 1 … 511 512 513 … 1,881

Stay Connected

Recent News