দেশ

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

পৃথিৱীৰ অন্যতম আৰ্দ্ৰ স্থান চেৰাপুঞ্জী নামেৰেও পৰিচিত ছ’হৰাত বৰষুণৰ পৰিমাণ ভয়াবহ ভাবে হ্ৰাস পোৱাৰ ফলত বিজ্ঞানী আৰু স্থানীয় লোক উভয়ৰে...

Read moreDetails

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

"দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ মোৰ কোনো সাহায্য পুঁজি নাই। মই এই ৰাজ্যৰ কেবিনেট মন্ত্ৰীও নহয়"। বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা...

Read moreDetails

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে সন্ধিয়া আৰ্জেন্টিনাৰ বুয়েনছ আইৰেছত অৱতৰণ কৰে। দুদিনীয়া  ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। ৫৭...

Read moreDetails

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

দেশজুৰি হিন্দী ভাষা আৰু মোদী চৰকাৰৰ নতুন শিক্ষা নীতিক লৈ অবিৰত বিতৰ্ক চলি থকাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি...

Read moreDetails

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ভাৰতৰ ৯টা বিমানবন্দৰত কাৰ্গো আৰু গ্ৰাউণ্ড হেণ্ডলিং বা পৰিচালনাৰ কামত জড়িত তুৰ্কীৰ কোম্পানী ‘চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড’ৰ যাত্ৰা...

Read moreDetails

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

তেলেগু ছুপাৰষ্টাৰ তথা ‘বাহুবলী’ৰ পৰিচালক এছ এছ ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবু পুনৰ আইনী সমস্যাত সোমাই পৰিছে। এপ্ৰিল মাহত...

Read moreDetails

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

বিহাৰৰ ব্যৱসায়ী গোপাল খেমকাৰ হত্যাকাণ্ডৰ ৰহস্য এতিয়াও উন্মোচন হোৱা নাই। তাৰমাজতে বিহাৰত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা। দেওবাৰে সন্ধিয়া...

Read moreDetails

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এতিয়াও চৰকাৰী বাসভৱন খালী নকৰাত বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় গৃহ...

Read moreDetails

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বহুতে তেওঁ সুৰ সলনিৰ ইংগিত পাইছিল। এইবাৰ মুকলিকৈ কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে এন ডি এ ত্যাগ...

Read moreDetails

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

অৰ্থনীতিৰ ভাষাত জনমূৰি জিডিপি (জিডিপি পাৰ কেপিটা)আৰু জিডিপিৰ মাজত ডাঙৰ পাৰ্থক্য আছে। কাৰণ, জিডিপি হৈছে এখন দেশৰ গড় ৰাষ্ট্ৰীয় উৎপাদন।...

Read moreDetails
Page 533 of 1831 1 … 532 533 534 … 1,831

Stay Connected

Recent News