দেশ

ডুবাইত ২০০ কোটি টকাৰ বিয়াত যোগ দি ইডিৰ ৰোষত ছানি লিয়নী, টাইগাৰ শ্ৰফকে ধৰি বলীউডৰ ১৭ গৰাকী তাৰকা!

মহাদেৱ জুৱা এপৰ স্বত্বাধিকাৰী সৌৰভ চন্দ্ৰকাৰে এইবছৰতে ডুবাইত বিবাহপাশত আবদ্ধ হৈছিল। প্ৰৱৰ্তনকাৰী সঞ্চালকালয় (ইডি)ৰ তথ্য অনুসৰি সৌৰভে নিজৰ বিয়াত ২০০...

Read more

অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: কাশ্মীৰত এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। উপত্যকাটোৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত তিনিগৰাকীকৈ সেনা-আৰক্ষী বিষয়াৰ মৃত্যুৰ পিছত এইবাৰ বাৰামুল্লা জিলাতো সংঘৰ্ষৰ...

Read more

বাংলাদেশক সহজভাৱে লৈ ৰণত পৰিল ভাৰত! অথলে গ’ল গীল, অক্ষৰৰ যুঁজ; নিয়মৰক্ষাৰ মেচত ৬ ৰাণত পৰাস্ত

এছিয়া কাপ ছুপাৰ ফোৰৰ শুকুৰবাৰৰ খেলখনত ভাৰতক ৬ ৰাণত পৰাস্ত কৰে বাংলাদেশে। অৱশেষত বাংলাদেশৰ স্পিনাৰসকলে কঠিন যুঁজত নিজৰ আধিপত্য দেখুৱালে।...

Read more

দামী ৰেস্তোঁৰাত খাবলৈ গৈছিল মুৰ্গী মাংস, কিন্তু মাংসৰ মাজত এয়া কি?

বন্ধৰ দিনত পত্নী আৰু কন্যাৰ সৈতে এখন বিখ্যাত ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ খাবলৈ গৈছিল। ৰুটি, চিকেন কাৰী আৰু মাটন থালি অৰ্ডাৰ...

Read more

জামিন নহ’ল চিছ’দিয়াৰ: ৪ অক্টোবৰতলৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ

সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়াৰ জামিন আবেদনৰ শুনানি আজি স্থগিত...

Read more

কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা : ১ অক্টোবৰৰ পৰা বাধ্যতামূল হ’ব জন্মৰ প্ৰমাণ পত্ৰ

১ অক্টোবৰৰ পৰা শিক্ষানুষ্ঠানত নামভৰ্তি, ড্ৰাইভিং লাইচেন্স লাভ, ভোটাৰ তালিকা প্ৰস্তুত, আধাৰ নম্বৰ পঞ্জীয়ন, বিবাহ পঞ্জীয়ন আদি কেইবাটাও গুৰুত্বপূৰ্ণ উদ্দেশ্যৰ...

Read more

বিশ্বৰ শীৰ্ষ ১০০ শ্ৰেষ্ঠ কোম্পানীৰ তালিকাত কেৱল এটা কোম্পানী: চাওক, কোনে লাভ কৰিছে স্থান

টাইম মেগাজিন আৰু অনলাইন ডাটা প্লেটফৰ্ম ষ্টেটিষ্টাই সংকলন কৰিছে ২০২৩ বৰ্ষৰ বিশ্বৰ শ্ৰেষ্ঠ কোম্পানীৰ এখন তালিকা। এই তালিকাৰ শীৰ্ষ ১০০...

Read more

জম্মু-কাশ্মীৰত অব্যাহত এনকাউণ্টাৰ: নিৰুদ্দেশ এগৰাকী সেনা জোৱান, দুই জোৱান আহত

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত অব্যাহত আছে সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ। ৫০ ঘণ্টাৰো অধিক সময় ধৰি চলি থকা এই সংঘৰ্ষত ইতিমধ্যে তিনিগৰাকী সেনা-আৰক্ষী বিষয়াই...

Read more

মাজনিশাৰ কঠিন পৰীক্ষা! সুকলমে উত্তীৰ্ণ হৈ পুনৰ নিজৰ লক্ষ্যত আগবাঢ়িল ইছৰোৰ আদিত্য-এল১

পুনৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’ল ইছৰোৰ আদিত্য এল ১। চতুৰ্থ পৰীক্ষাৰ অন্তত সুকলমে উত্তীৰ্ণ হৈ নিজৰ লক্ষ্যপথত আগবাঢ়িল ইছৰোৰ সৌৰ...

Read more

অসমৰ যুৱক-যুৱতীক ভৰ্তি কৰাত তৎপৰ জেহাদী মডিউল; হাই এলাৰ্ট জাৰি NIAৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এয়ে (NIA) উত্তৰ-পূবৰ ৰাজ্য অসমৰ বাবে “হাই এলাৰ্ট” জাৰি কৰিছে। অসমৰ উপৰিও এন আই...

Read more
Page 568 of 1244 1 567 568 569 1,244

Recent News