দেশ

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

কেন্দ্ৰীয় সংস্থা ‘ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষ’ই খুচুৰা বজাৰত ঔষধৰ মূল্য নিৰ্ধাৰণ কৰে। এই এজেন্সীয়ে নিয়মীয়াকৈ ঔষধ নিৰ্মাণ কোম্পানীত ঔষধৰ...

Read moreDetails

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

বহু অপেক্ষাৰ অন্তত অৱশেষত ভাৰতৰ বজাৰত প্ৰৱেশ কৰিলে টেছলা মডেল ৱাই (Tesla Model Y)। বিশ্ববিখ্যাত ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই...

Read moreDetails

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

উত্তৰ প্ৰদেশৰ বালৰামপুৰ জিলাৰ এজন স্বঘোষিত বাবা জালালুদ্দিন ওৰফে ছাংগুৰ বাবাৰ বিৰুদ্ধে ভয়ংকৰ অপৰাধৰ অভিযোগ উত্থাপিত হৈছে। ধৰ্মান্তৰকৰণৰ এক বিশাল...

Read moreDetails

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

২০২৫ চনৰ ৯ জুলাইত দিল্লী সাধাৰণ প্ৰশাসন বিভাগে মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ আৰু কেবিনেট মন্ত্ৰীৰ বাবে...

Read moreDetails

পথ দুৰ্ঘটনাত ১১৪ বছৰীয়া অলিম্পিক শিখাধাৰী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দেহাৱসান!

"টাৰ্বেনড টৰ্নেডো" নামেৰে পৰিচিত বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদ ফৌজা সিঙে ১৪ জুলাইত পঞ্জাৱৰ জলন্ধৰৰ ওচৰৰ নিজৰ গাঁও বিয়াছ পিণ্ডত...

Read moreDetails

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

শেহতীয়াকৈ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক হঠকাৰী সিদ্ধান্তই চকু কপালত তুলিছে সচেতন ৰাইজ তথা প্ৰকৃতি প্ৰেমীৰ। ন্যায়ালয়ে চৈথালা গাঁৱত ৩...

Read moreDetails

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

জেলিপি-চিঙৰা খোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? এই সকলোবোৰ খাদ্য চিগাৰেটৰ দৰেই ক্ষতিকাৰক! গতিকে ধঁপাতজাতীয় সামগ্ৰীৰ দৰেই জেলিপি-চিঙৰাৰ ওপৰতো সতৰ্কবাণী জাৰি...

Read moreDetails

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

শেহতীয়াকৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পাঁচখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি প্ৰদান কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি, মধ্যপ্ৰদেশ,...

Read moreDetails

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

চলিত ইংলেণ্ড-ভাৰত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত বেন ষ্ট’কছ ব্ৰিগেডে জয়লাভ কৰি ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে। বৰ্তমান চলি থকা শৃংখলাৰ...

Read moreDetails

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত পৰিল। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু তেওঁৰ সংগীসকলে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি...

Read moreDetails
Page 574 of 1881 1 … 573 574 575 … 1,881

Stay Connected

Recent News