DMCA.com Protection Status

দেশ

ৰাষ্ট্ৰপতিৰ পৰা সাংসদলৈকে এবছৰ কৰ্তন হ’ব দৰমহা, নাথাকিব সাংসদ পুঁজিৰ ধন

কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ মোকাবিলাৰ বাবে দেশৰ সকলো সাংসদ আৰু মন্ত্ৰীৰ দৰমহা এবছৰলৈকে ৩০ শতাংশকৈ কৰ্তন কৰা হ’ব।   দৰমহাৰ...

Read more

ক’ৰ’না ভাইৰাছ সৃষ্টি কৰি চীনক বিক্ৰী কৰিছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে?

ক’ৰ’না ভাইৰাছৰ আতংকই পৃথিৱীজুৰি সকলোকে ভীতিগ্ৰস্ত কৰি ৰখাৰ সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। India Today-ৰ এক...

Read more

কৰ’নাভাইৰাছৰ বিৰুদ্ধে চাকি-বন্তিৰে ঐক্যবদ্ধ হৈ উজলিল সমগ্ৰ দেশ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে দেওবাৰে বন্তি জ্বলাবলৈ জনোৱা আহ্বানৰ প্ৰতি দেশজুৰি ব্যাপক সঁহাৰি পৰিলক্ষিত হয়। দেওবাৰে সন্ধিয়া ন...

Read more

বতাহত বিয়পে নেকি কৰ’নাভাইৰাছ, কি কয় ভাৰতৰ শীৰ্ষ বিজ্ঞানীয়ে?

বিশ্বজুৰি আতংক সৃষ্টি কৰা কৰ’নাভাইৰাছ বতাহত আহে নেকি? বহুতৰ মনত বৰ্তমান এই প্ৰশ্নই খেলা কৰিছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ প্ৰধান...

Read more

ক‍’ৰ‍’না ভাইৰাছ : এই পৰ্যন্ত দেশত ৩,৩৭৪ গৰাকী লোক আক্ৰান্ত, মৃত্যু ৭৯ গৰাকীৰ

ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক‍‘ৰ‍‘না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। দেশত এই পৰ্যন্ত ভাইৰাছবিধৰ ফলত ৩,৩৭৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে...

Read more

দেশজুৰি কুৱাৰেণ্টাইন কৰা হৈছে ২২,০০০ জামাত কৰ্মী, সংস্পৰ্শৰ লোকক

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শনিবাৰে প্ৰকাশ কৰা মতে দেশজুৰি ২২,০০০ তাবলিগি জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক কুৱাৰেণ্টাইন কৰা হৈছে।...

Read more

কৰ’নাভাইৰাছ: গেলামালৰ বজাৰত সোমোৱাৰ পূৰ্বে বীজাণুনাশক সুৰংগ স্থাপন, চাওক Video

কৰ’নাভাইৰাছৰ বিৰুদ্ধে সাৱধানতামূলক পদক্ষেপ হিচাপে কৰ্নাটকৰ মাইছুৰুত গেলামালৰ বজাৰত সোমোৱাৰ পথত বীজাণুনাশক সুৰংগ স্থাপন কৰা হৈছে। বজাৰলৈ যোৱা গ্ৰাহকসকলে সেই...

Read more

দেশত ২৫০০ হোৱাৰ দিশে কৰ’নাভাইৰাছ আক্ৰান্ত, আৰোগ্য ১৫৬জন

লকডাউনে দশম দিনত ভৰি দিয়াৰ মাজতে দেশত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা চৰকাৰী তথ্য মতে শুকুৰবাৰে পুৱালৈকে হৈছেগৈ ২৩০১ গৰাকী। ইয়াৰে ১৫৬...

Read more

ব্লেকলিষ্টেড হ’ল নিজামুদ্দিনৰ জামাতলৈ অহা ৯৬০ বিদেশী

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে নিজামুদ্দিনৰ তাবলিঘি জামাতত অংশ লোৱা ৯৬০ গৰাকী বিদেশীক ব্লেকলিষ্টেড কৰিছে।   টুৰিষ্ট ভিজাত ভাৰতলৈ আহি জামাতৰ কাৰ্য্যকলাপত...

Read more
Page 913 of 991 1 912 913 914 991

Recent News