• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰপতিৰ পৰা সাংসদলৈকে এবছৰ কৰ্তন হ’ব দৰমহা, নাথাকিব সাংসদ পুঁজিৰ ধন

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 6, 2020 5:46 pm

2 min read

COVID-19: President, PM, MPs to take a pay cut for 1 year

প্ৰধান মন্ত্ৰী মোদীৰ ফাইল ফটো

687
VIEWS
Share on FacebookShare on Twitter

কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ মোকাবিলাৰ বাবে দেশৰ সকলো সাংসদ আৰু মন্ত্ৰীৰ দৰমহা এবছৰলৈকে ৩০ শতাংশকৈ কৰ্তন কৰা হ’ব।

 

দৰমহাৰ লগতে সাংসদৰ পেঞ্চন আৰু ভাত্তাৰ ক্ষেত্ৰতো ৩০ শতাংশ কৰ্তন কৰা হ’ব।

 

অহা দুবছৰলৈকে সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ধন নাথাকিব আৰু এই ধন চৰকাৰৰ ঘৰত জমা হ’ব।

 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে সোমবাৰে এই সম্বন্ধীয় এক অধ্যাদেশত অনুমোদন জনাইছে।

 

দেশৰ ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালসকলেও দৰমহাৰ ৩০ শতাংশ কৰ্তনৰ বাবে আগবঢ়াইছে।

 

ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালসকলে স্বেচ্ছাই নিজৰ দৰমহা কৰ্তনৰ বাবে আগবঢ়াইছে।

 

সংসদৰ সদস্য আইন, ১৯৫৪ৰ সংশোধনৰ জৰিয়তে গ্ৰহণ কৰা এই সিদ্ধান্ত যোৱা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব।

#Cabinet approves Ordinance amending the Salary, Allowances and Pension of Members of Parliament Act, 1954 reducing ‘salary’ by 30% w.e.f. 1st April, 2020 for a year.#CabinetDecisions pic.twitter.com/kZzO8RiLve

— Prakash Javadekar (@PrakashJavdekar) April 6, 2020

 

কেবিনেট বৈঠকৰ পিছতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাডেকাৰে এই তথ্য সদৰী কৰে।

 

২০২০-২১ আৰু ২০২১-২২ দুটা বৰ্ষৰ বাবে সাংসদসকলৰ উন্নয়ন পুঁজি কৰ্তনৰ ফলত চৰকাৰৰ পুঁজিত প্ৰায় ৭৯০০ কোটি টকা জমা হ’ব।

ইতিমধ্যে বিভিন্ন ৰাজ্য চৰকাৰসমূহেও মন্ত্ৰী, বিধায়ক, জন প্ৰতিনিধিৰ দৰমহাৰ ক্ষেত্ৰত বিভিন্ন সংশোধন আনিছে।

Recent News

Gautam-Gambhir-Facts-in-Hin

এতিয়া স্পষ্ট হৈছে কেজৰিৱালে দিল্লী জ্বলাটো বিচাৰে : গৌতম গম্ভীৰ

Anshuman

কাজিৰঙাত বলিউডৰ জনপ্ৰিয় অভিনেতা অংশুমান খোৰাণা : কাৰ্বি পাহাৰৰ নামনিত ছবিৰ দৃশ্যগ্ৰহণ

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ

Keshav Mahanta

কলিয়াবৰত নৱ-নিৰ্মিত কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা ও লাইখুটা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd