• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছ: গেলামালৰ বজাৰত সোমোৱাৰ পূৰ্বে বীজাণুনাশক সুৰংগ স্থাপন, চাওক Video

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 3, 2020 8:08 pm

2 min read

Coronavirus-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.9k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাভাইৰাছৰ বিৰুদ্ধে সাৱধানতামূলক পদক্ষেপ হিচাপে কৰ্নাটকৰ মাইছুৰুত গেলামালৰ বজাৰত সোমোৱাৰ পথত বীজাণুনাশক সুৰংগ স্থাপন কৰা হৈছে।

বজাৰলৈ যোৱা গ্ৰাহকসকলে সেই সুৰংগৰ মাজেদি প্ৰৱেশ কৰিব লাগে আৰু তেওঁলোকৰ গাত বীজাণুনাশক স্প্ৰে’ কৰি দিয়া হয়।

মাইছুৰুৰ নগৰপালিকাই কৰা নগৰখনৰ এক্সহিবিচন গ্ৰাউণ্ড মাৰ্কেটত কৰা এই ব্যৱস্থাৰ এটা ভিডিঅ’ চ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

WATCH: #CoronavirusOutbreak: Mysuru city corporation built a ‘disinfection tunnel’ as part of the precautionary measures against #COVID2019 at the entrance of the Mysuru exhibition ground market. @IndianExpress @mepratap @MysuruMemes @WFRising @WeAreBangalore @WeAreBangalore pic.twitter.com/Se6tcrRWVx

— Darshan Devaiah B P (@DarshanDevaiahB) April 3, 2020

চৰকাৰী পৰিসংখ্যা মতে কৰ্নাটকত ১২৪ গৰাকী লোকক COVID-19 পজিটিভ পোৱা গৈছে। তিনিজনৰ মৃত্যু ঘটিছে, ১০ জন আৰোগ্য হৈছে।

লকডাউনে দশম দিনত ভৰি দিয়াৰ মাজতে দেশত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৫০০ হোৱাৰ দিশে আগবাঢ়িছে।

চৰকাৰী তথ্য মতে শুকুৰবাৰলৈকে এই সংখ্যা হৈছেগৈ ২৩০১ গৰাকী। ইয়াৰে ১৫৬ গৰাকী আৰোগ্য হৈছে। ৫৬ জন লোক মৃত্যুমুখত পৰিছে।

কিন্তু চৰকাৰীভাৱে এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও ভাৰতত শুকুৰবাৰে দিনটোৰ শেষলৈকে কৰ’নাভাইৰাছত আক্ৰান্ত ২৫৬৭ গৰাকীলৈ বৃদ্ধি পাইছে আৰু ৭২ গৰাকী লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে।

ৰাজ্যসমূহৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই মহাৰাষ্ট্ৰ আৰু কেৰালা শীৰ্ষত আছে। কিন্তু তামিলনাডুত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৩৫ গৰাকী COVID-19 আক্ৰান্ত চিনাক্ত হৈছে। ১৬ জনৰ মৃত্যু ঘটিছে ৪২ গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

তামিল নাডুত ৩০৯ গৰাকী COVID-19 আক্ৰান্ত চিনাক্ত হৈছে। ছজনে আৰোগ্য লাভ কৰিছে, এজনৰ মৃত্যু হৈছে।

কেৰালাত ২৮৬ গৰাকী COVID-19 আক্ৰান্ত চিনাক্ত হৈছে। ৰাজ্যখনত দুজন লোকৰ মৃত্যু হৈছে আৰু ২৭ গৰাকী লোকে আৰোগ্য লাভ কৰিছে।

Tags: COVID19

Recent News

Shraddha Kapoor

বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়া! দৰা হ’ব কোন?

a congress

বিজেপিতকৈয়ো চৰা বিৰোধী! গেৰুৱা বাহিনীৰ মিছন ১০০+ৰ পিছত কংগ্ৰেছেও ঘোষণা কৰিলে মিছন ১০১+

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Gautam-Gambhir-Facts-in-Hin

এতিয়া স্পষ্ট হৈছে কেজৰিৱালে দিল্লী জ্বলাটো বিচাৰে : গৌতম গম্ভীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd