• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত ২৫০০ হোৱাৰ দিশে কৰ’নাভাইৰাছ আক্ৰান্ত, আৰোগ্য ১৫৬জন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 7:18 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনে দশম দিনত ভৰি দিয়াৰ মাজতে দেশত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা চৰকাৰী তথ্য মতে শুকুৰবাৰে পুৱালৈকে হৈছেগৈ ২৩০১ গৰাকী।

ইয়াৰে ১৫৬ গৰাকী আৰোগ্য হৈছে। ৫৬ জন লোক মৃত্যুমুখত পৰিছে।

Apply Now

কিন্তু ভাৰতত শুকুৰবাৰে দিনটোৰ শেষলৈকে কৰ’নাভাইৰাছত আক্ৰান্ত ২৫৬৭ গৰাকীলৈ বৃদ্ধি পাইছে আৰু ৭২ গৰাকী লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে।

অসমত শুকুৰবাৰে নতুনকৈ চাৰিজন কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। ৰাজ্যত এই ৰোগীৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে।

অসমত COVID-19 আক্ৰান্ত আটাইকেইজনেই দিল্লীৰ নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰিছিল।

উত্তৰ-পূবৰ মিজোৰাম আৰু অৰুণাচল প্ৰদেশত এজনকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

মণিপুৰত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে।

ৰাজ্যসমূহৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই মহাৰাষ্ট্ৰ আৰু কেৰালা শীৰ্ষত আছে। কিন্তু তামিলনাডুত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৩৫ গৰাকী COVID-19 আক্ৰান্ত চিনাক্ত হৈছে। ১৬ জনৰ মৃত্যু ঘটিছে ৪২ গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

তামিল নাডুত ৩০৯ গৰাকী COVID-19 আক্ৰান্ত চিনাক্ত হৈছে। ছজনে আৰোগ্য লাভ কৰিছে, এজনৰ মৃত্যু হৈছে।

কেৰালাত ২৮৬ গৰাকী COVID-19 আক্ৰান্ত চিনাক্ত হৈছে। ৰাজ্যখনত দুজন লোকৰ মৃত্যু হৈছে আৰু ২৭ গৰাকী লোকে আৰোগ্য লাভ কৰিছে।

নিজামুদ্দিন কাণ্ডই জোকাৰি যোৱা দিল্লীত ২১৯ গৰাকী লোকক COVID-19 পজিটিভ পোৱা গৈছে। চাৰিজন লোকৰ মৃত্যু ঘটিছে, আঠজন লোকে আৰোগ্য লাভ কৰিছে।

ৰাজস্থানত ১৩৩ গৰাকী লোকক COVID-19 পজিটিভ পোৱা গৈছে। ৰাজ্যখনত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই। তিনিজনে আৰোগ্য লাভ কৰিছে।

অন্ধ্ৰ প্ৰদেশতো COVID-19 ৰোগীৰ সংখ্যা দ্ৰুত বৃদ্ধি ঘটি ১৩২ জন হৈছেগৈ। ৰাজ্যখনত এজন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে এজনে আৰোগ্য লাভ কৰিছে।

কৰ্নাটকত ১২৪ গৰাকী লোকক COVID-19 পজিটিভ পোৱা গৈছে। তিনিজনৰ মৃত্যু ঘটিছে, ১০ জন আৰোগ্য হৈছে।

উত্তৰ প্ৰদেশত ১১৩ গৰাকী লোক COVID-19ত আক্ৰান্ত হৈছে। ১৪জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে দুজনৰ মৃত্যু ঘটিছে।

তেলেংগানাত এই পৰ্য্যন্ত ১০৭ জন COVID-19 আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। এজন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে তিনিজন মৃত্যুমুখত পৰিছে।

মধ্য প্ৰদেশত ৯৯টা কৰ’নাভাইৰাছ আক্ৰান্তৰ ঘটনা চিনাক্ত হৈছে। ৰাজ্যখনত ছজন লোকৰ মৃত্যু ঘটিছে।

গুজৰাটত ৮৭ জন কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। সাতজন লোক মৃত্যুমুখত পৰিছে, পাঁচজনে আৰোগ্য লাভ কৰিছে।

জম্মু-কাশ্মীৰত আক্ৰান্ত লোকৰ সংখ্যা ৭০লৈ বৃদ্ধি পাইছে। দুজন লোকৰ মৃত্যু হৈছে, তিনিজনে আৰোগ্য লাভ কৰিছে।

পশ্চিম বংগত ৫৩ গৰাকী কৰ’না আক্ৰান্ত চিনাক্ত হৈছে। তাৰে ভিতৰত তিনিজনে আৰোগ্য লাভ কৰিছে আৰু তিনিজনৰ মৃত্যু হৈছে।

পঞ্জাৱত ৪৬ জন আৰু হাৰিয়ানাত ৪৩ জন কৰ’না আক্ৰান্ত চিনাক্ত হৈছে। পঞ্জাৱত চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে হাৰিয়ানাত কোনো লোকৰ মৃত্যু হোৱা নাই।

হাৰিয়ানাত ২১ জন লোকে কৰ’নাভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে। পঞ্জাৱত এজন আৰোগ্য হৈছে।

বিহাৰত ২৪ জন লোক কৰ’নাভাইৰাছত আক্ৰান্ত হৈছে। এজনৰ মৃত্যু ঘটিছে।

চণ্ডীগড়ত ১৮, উত্তৰাখণ্ডত ১০, আন্দামান আৰু নিকোবৰত ১০, ছত্তিশগড়ত ৯, গোৱা আৰু হিমাচল প্ৰদেশত ছজনকৈ, ওড়িছাত পাঁচ আৰু পুডুচেৰিত তিনিগৰাকী ৰোগী চিনাক্ত হৈছে।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd