দেশ

নিৰ্বাচনৰ প্ৰচাৰত গ্ৰহণ কৰা নাই সক্ৰিয় ভূমিকা : দলীয় সাংসদলৈ কাৰণ দৰ্শোৱা জাননী ভাৰতীয় জনতা পাৰ্টিৰ

ঝাৰখণ্ড বিজেপিৰ ৰাজ্যিক সম্পাদক আদিত্য সাহুৱে বিজেপিৰ সাংসদ জয়ন্ত সিনহালৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱা জাননী। জাননীখনত কোৱা হৈছে, “হাজৰিবাগ লোকসভা...

Read moreDetails

কলকাতাত ১৪ মে’ৰ পৰা নিৰুদ্দিষ্ট বাংলাদেশৰ সাংসদক হত্যা; সদৰী বাংলাদেশী গৃহমন্ত্ৰীৰ

বাংলাদেশৰ শাসকীয় আৱামী লীগৰ এজন সাংসদ আনোৱাৰুল আজিমৰ মৃত্যু হৈছে বুলি কলকাতাত পশ্চিম বংগ আৰক্ষীয়ে নিশ্চিত কৰিছে৷ইতিমধ্যে বাংলাদেশৰ গৃহমন্ত্ৰীয়ে এই...

Read moreDetails

এনডিএৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা বাবে বিজেপিয়ে বহিষ্কাৰ কৰিলে ভোজপুৰী অভিনেতা পৱন সিঙক

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থী উপেন্দ্ৰ কুশৱাহাৰ বিৰুদ্ধে বিহাৰৰ কৰাকাট লোকসভা আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিজেপিয়ে বুধবাৰে...

Read moreDetails

অৱসৰৰ সময়ত কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য – মই সদায় এজন আৰএছএছৰ সদস্য

সোমবাৰে (২০ মে’) কলিকতা উচ্চ ন্যায়ালয়ত অৱসৰ গ্ৰহণ অনুষ্ঠানত ন্যায়াধীশ চিত্তৰঞ্জন দাসে কয় যে তেওঁ শৈশৱৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ...

Read moreDetails

ইংলেণ্ডত বিকি-কেটৰিনা! লণ্ডনত সন্তান জন্ম দিয়াৰ সম্ভাৱনা

এইকেইদিন লণ্ডনত আছে কেটৰিনা কাইফ আৰু বিকি কৌশল৷ আচলতে কিছুদিন পূৰ্বে দুয়োগৰাকী তাৰকাৰ ভিডিঅ’ লণ্ডনত ভাইৰেল হৈছিল৷ তাৰ পাছত কেটৰিনাৰ...

Read moreDetails

কলকাতাত ১৪ মে’ৰ পৰা নিৰুদ্দিষ্ট বাংলাদেশৰ সাংসদ ; সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী-ইণ্টেলিজেঞ্চ

বাংলাদেশৰ এজন সাংসদ আনোৱাৰুল আজিম পাঁচ দিন পূৰ্বে চিকিৎসাৰ বাবে কলকাতাত উপস্থিত হোৱাৰ পাছত সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।...

Read moreDetails

ৰীলৰ স্বাৰ্থত ১০০ ফুট দ’ জলাশয়ত জাঁপ; থিতাতে সলিল সমাধি যুৱকৰ

ঝাৰখণ্ডত সংঘটিত হৈছে এক শোকাৱহ ঘটনা৷মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, ঝাৰখণ্ডৰ সাহিবগঞ্জ জিলাৰ এজন ১৮ বছৰীয়া যুৱকে ১০০ ফুট উচ্চতাৰ পৰা...

Read moreDetails

২৫ কোটিৰ ষ্টাৰ্কৰ আঙুলিত ধৰি আইপিএলৰ ফাইনেলত কলকাতা; বলিং বিক্ৰমত দিশহাৰা হায়দৰাবাদ

২০২১ চনৰ পাছত পুনৰ আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে। কলকাতাই কালিৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৮ উইকেটত পৰাস্ত কৰে।...

Read moreDetails

বিমানৰ আঘাত! মিনিটৰ ভিতৰতে মুম্বাইত ৩৯টা ফ্লেমিংগোৰ মৃত্যু

মুম্বাইৰ ঘাটকোপাৰৰ পণ্টনগৰৰ লক্ষ্মী নগৰ অঞ্চলত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। বিমান দুৰ্ঘটনাত ৩৯টা ফ্লেমিংগোৰ মৃত্যু হয়। এমিৰেটছৰ বিমানখন অৱতৰণ...

Read moreDetails

কালৰো কাল,বিপৰীত কাল…ন্যায়িক দণ্ডাধীশৰ ৰূপ লৈ যান-বাহন আইন উলংঘা কৰি গ্ৰেপ্তাৰ অধিবক্তা

চণ্ডীগড় আৰক্ষীয়ে এটা ঘূৰণীয়া পথত যান-বাহন আইন উলংঘা কৰাৰ অপৰাধত ন্যায়িক দণ্ডাধীশৰ ৰূপ লৈ থকা এজন অধিবক্তাক গ্ৰেপ্তাৰ কৰে৷ ছ’চিয়েল...

Read moreDetails
Page 967 of 1846 1 … 966 967 968 … 1,846

Stay Connected

Recent News