• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিছৰ শাৰীত বিশ্বকাপ জয়ী বিন্নী! শ্বাহ, শুক্লাৰ ক্ষমতাৰ ৰাগীত কুন্ঠিত ভাৰতীয় ক্ৰিকেট অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2024 10:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰোহিত শৰ্মা, বিৰাট কোহলীৰ বিশ্বকাপ জয়ৰ উদযাপনত এটা কথাই দৃষ্টি কাঢ়িলে সকলোৰে। জয় শ্বাহ, ৰাজীৱ শুক্লাহঁতৰ আড়ম্বৰপূৰ্ণ উপস্থিতিৰ বিপৰীতে নীৰৱে থিয় হৈ থকা ৰজাৰ বিন্নীৰ ছবিখন।

বৃহস্পতিবাৰে মুম্বাইৰ মেৰিন ড্ৰাইভত টিম ইণ্ডিয়াৰ বিজয় পেৰেড অনুষ্ঠিত হোৱাৰ সময়তে হুড খোলা বাছখনত ক্ষমতাৰ জিলিকনি জ্বলি উঠিল। সমগ্ৰ ভাৰতীয় দলটোৰ লগত ছাপোৰ্ট ষ্টাফসকলো উপস্থিত আছিল।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব জয় শ্বাহো আছিল। তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহৰো পুত্ৰ। উপ-সভাপতি ৰাজীৱ শুক্লাও আছিল বাছখনত। এসময়ত তেওঁ ৰাজ্যসভাৰ সদস্য আছিল। জয় শ্বাহ আৰু ৰাজীৱ শুল্কা কেৱল প্ৰশাসক হিচাপেহে ক্ৰিকেটৰ লগত জড়িত।

Apply Now

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে বিন্নীও বাছত উঠিছে। ১৯৮৩ চনত ভাৰতৰ প্ৰথমটো বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল বিন্নী। এতিয়া তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি। অৰ্থাৎ ক্ৰিকেটৰ ক্ষেত্ৰখনত বিন্নী তেওঁৰ সহযোগী জয় আৰু ৰাজীৱতকৈ কেইবাগুণো আগবাঢ়ি আছে। পদত থকা আন দুজনতকৈ বিন্নী ওপৰত। কিন্তু বিশ্বকাপ জয়ৰ উদযাপনত তেওঁ বাছৰ পিছফালে থিয় হৈ আছিল।

লগতে পঢ়কঃ বুমৰাহক ‘জাতীয় সম্পদ বা অষ্টম আশ্চৰ্য্য’ ঘোষণা কৰিবলৈ সন্মত বিৰাট, লগতে ক’লে…

ইপিনে, ৰোহিতৰ লগতে বিৰাট, হাৰ্দিক পাণ্ডিয়াৰ কান্ধত কান্ধ মিলাই জয় আৰু ৰাজীৱে বিশ্বকাপ লৈ উদযাপনত নামি পৰিছে। কেতিয়াবা বিশ্বকাপটো ধৰি আছে, কেতিয়াবা অনুৰাগীক উৎসাহিত কৰিছে।

বিন্নীৰ পূৰ্বে সৌৰভ গাংগুলী ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আছিল। তেওঁক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে গণ্য কৰা হয়। সৌৰভে ভাৰতক বিশ্বকাপৰ ফাইনেললৈ লৈ গৈছিল। সৌৰভে ভাৰতক বিদেশত জয়ী হ’বলৈ শিকাইছিল। কিন্তু তেওঁৰ নামত বিশ্বকাপ নাই। বিন্নীৰ কেবিনেটত সেই ট্ৰফীটো আছে। তথাপি, কপিল দেৱৰ সতীৰ্থগৰাকী জয় আৰু ৰাজীৱৰ পিছত পৰি থাকিল।

টি-২০ বিশ্বকাপৰ ফাইনেলতো উপস্থিত আছিল বিন্নী, জয় শ্বাহ। তাতো সচিব জয় শ্বাহে ভাৰতীয় অধিনায়ক ৰোহিতৰ হাতত ট্ৰফী অৰ্পন কৰে। তাতো লাইমলাইট কাঢ়ি লৈ গ’ল অমিত পুত্ৰই। বিন্নীয়ে পদত আটাইতকৈ ডাঙৰ হোৱাৰ পিছতো পিছ পৰি থাকিব লগা হৈছিল।

লগতে পঢ়কঃ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বিদ্যালয়,পথ নিৰ্মাণ কৰি NGT ৰ ৰোষৰ সন্মুখীন অসম চৰকাৰ

বহুতেই বাৰে বাৰে প্ৰাক্তন খেলুৱৈক প্ৰশাসনৰ দায়িত্ব ল’বলৈ কৈ আহিছে। কিন্তু  ৰাজনৈতিক ক্ষমতাৰ ওচৰত তেওঁলোকে পিছ পৰিব লগা হয়? মেৰিন ড্ৰাইভত জনসমুদ্ৰত ভাহি থকা ভাৰতীয় দলটোৰ হুড মুকলি বাছখনে সেই প্ৰশ্নটোকে আকৌ এবাৰ তুলি ধৰিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd