• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বিদ্যালয়,পথ নিৰ্মাণ কৰি NGT ৰ ৰোষৰ সন্মুখীন অসম চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2024 8:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বৃহৎ পৰিসৰৰ নিৰ্মাণৰ অভিযোগ পৰ্যাপ্তভাৱে মোকাবিলা নকৰাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT) অসম বন বিভাগক জবাবদিহি কৰিছে।

বুধবাৰে (৩ জুলাই) এন জি টিৰ ইষ্টাৰ্ণ জ’ন (কলকাতা) বিচাৰপীঠে অসম বন বিভাগে দাখিল কৰা শপতনামা নাকচ কৰি এসপ্তাহৰ ভিতৰত অধিক বিশদ উত্তৰৰ দাবী কৰিছে।

২০২৩ চনত আৰ টি আই কৰ্মী দিলীপ নাথে চৰকাৰক বন (সংৰক্ষণ) আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি এই শপতনামা দাখিল কৰিছিল।

Apply Now

নাথৰ আৱেদনত অসম চৰকাৰে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বৃহৎ পৰিসৰৰ নিৰ্মাণৰ অনুমতি দি বন (সংৰক্ষণ) আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ পূৰ্বে এন জি টিয়ে বেদখলকাৰীক উচ্ছেদ সন্দৰ্ভত সবিশেষ তথ্য দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল।

লগতে পঢ়কঃবুমৰাহক ‘জাতীয় সম্পদ বা অষ্টম আশ্চৰ্য্য’ ঘোষণা কৰিবলৈ সন্মত বিৰাট, লগতে ক’লে…

২০২৩ চনৰ ২ মে’ত এন জি টিয়ে জাৰি কৰা এক আদেশত অসমৰ মুখ্য সচিবক ১৯৮০ চনৰ বন (সংৰক্ষণ) আইন স্পষ্টভাৱে উলংঘা কৰা নিৰ্মাণ কাৰ্যক অনুমোদন দিয়া বিষয়াসকলক চিনাক্ত কৰি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

কিন্তু ৩ জুলাইত দাখিল কৰা শপতনামাখনে ন্যায়াধিকৰণক সন্তুষ্ট কৰিব নোৱাৰিলে। এন জি টিয়ে এই নিৰ্মাণে বন আইনখনৰ গুৰুতৰ উলংঘা বুলি গুৰুত্ব আৰোপ কৰে আৰু বেদখলকাৰীক উচ্ছেদ কৰাৰ ক্ষেত্ৰত চৰকাৰক কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে জবাবদিহি কৰে।

ন্যায়াধিকৰণে লগতে জ্যেষ্ঠ বন বিষয়াসকলৰ নিষ্ক্ৰিয়তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে, বিশেষকৈ তেতিয়াৰ প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ) আৰু বন মুৰব্বী (এইচঅ’এফএফ) এম কে যাদৱ, যিয়ে ২০১৭ চনৰ পৰা এই অকৰ্তৃত্বশীল কাৰ্য্যকলাপসমূহ সংঘটিত কৰিবলৈ অনুমতি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এন জি টিয়ে বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত ইতিমধ্যে স্থাপন কৰা ৩৮খন বিদ্যালয়ৰ উদ্বেগজনক উপস্থিতিৰ লগতে পকী পথ নিৰ্মাণৰ কথাও উল্লেখ কৰে।

লগতে পঢ়কঃ বিশ্বৰ আটাইতকৈ দামী চহৰ হংকং; সস্তা পাকিস্তানৰ ৰাজধানী ইছলামাবাদ! ভাৰতৰ কোন চহৰ কিমান স্থানত?

আৰ টি আই কৰ্মী নাথে অতিৰিক্তভাৱে অভিযোগ কৰে যে চৰকাৰে ১৩০০ৰো অধিক পৰিয়ালক বনাঞ্চলৰ মাটি আবণ্টন দিছিল যদিও তেওঁলোকৰ আবেদনত বেদখলৰ স্পষ্ট ইংগিত পোৱা গৈছে। তেওঁ যুক্তি আগবঢ়ায় যে এই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত পদক্ষেপে বন আইন উলংঘা কৰিছে, য’ত কমেও ৭৫ বছৰ ধৰি বনাঞ্চলত বাস কৰা লোকসকলৰ ভূমিৰ অধিকাৰ সীমিত কৰা হৈছে।

এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই এন জি টিয়ে অসমৰ মুখ্য সচিবক এসপ্তাহৰ ভিতৰত ফটো আৰু উচ্ছেদৰ পৰিকল্পনাকে ধৰি বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ২০২৪ চনৰ ২১ আগষ্টত পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধিকৰণে।

অৰুণাচল প্ৰদেশৰ সৈতে অসমৰ সীমান্তৰ সমীপত হিমালয়ৰ পাদদেশত ২২০ বৰ্গ কিলোমিটাৰ বিস্তৃত হৈ আছে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য।

লগতে পঢ়কঃ চাৰি কোটিৰ বিলাসী আশ্ৰমত গোপন কোঠা-কেফে! হাথৰছৰ ভোলে বাবাৰ সম্পত্তি দেখি চকু থৰ আৰক্ষীৰ

বন্যপ্ৰাণীৰ বাবে এই আশ্ৰয়স্থলত বাঘ, হাতী, ধনেশ, পেলিকান, অজগৰকে ধৰি বিভিন্ন ধৰণৰ স্তন্যপায়ী, চৰাই আৰু সৰীসৃপৰ বাসস্থান। অভয়াৰণ্যখনৰ কাষতে আছে চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd