চীনৰ বিশ্বাসযোগ্যতাক লৈ এইবাৰ আঙুলি ইউ কেৰ বিদেশ সচিবৰ
ভাৰতৰে চীনৰ শেহতীয়া সংঘাতৰ মাজতে এইবাৰ ব্ৰিটিছ বিদেশ সচিব ডমিনিক ৰাবে আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাৰ ক্ষেত্ৰত চীনৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।...
Read moreভাৰতৰে চীনৰ শেহতীয়া সংঘাতৰ মাজতে এইবাৰ ব্ৰিটিছ বিদেশ সচিব ডমিনিক ৰাবে আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাৰ ক্ষেত্ৰত চীনৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।...
Read moreচীনৰ ৰাষ্ট্ৰদূত হউ য়াংকিয়ে মঙলবাৰে নেপাল কমিউনিষ্ট পাৰ্টিৰ নেতা ঝালা নাথ খানালক সাক্ষাৎ কৰে। সংকটত পৰা নেপালৰ প্ৰধান মন্ত্ৰী কে...
Read moreপূব লাডাখৰ গালোৱান ভেলীত ১৫ জুনৰ দিনা ভাৰতীয় সেনাক আক্ৰমণ কৰিবলৈ গৈ মৃত্যু ঘটিছিল শতাধিক চীনা সেনাৰ । এই দাবী...
Read moreমানুহে বন্যপ্ৰাণী ভক্ষণ বন্ধ নকৰিলে ভবিষ্যতে আৰু কোভিড-১৯ সদৃশ বা ইয়াতকৈ ভয়াবহ মহামাৰীৰ সন্মুখিন হ'বলাগিব বুলি ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ...
Read moreলাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত সংঘটিত দুই দেশৰ মাজৰ ৰক্তক্ষয়ী সংঘৰ্ষত চীনে বন্দী কৰা ১০ গৰাকী ভাৰতীয় সেনা জোৱানৰ মুকলিৰ...
Read moreসীমান্তৰ পৰা চীনে সেনা আঁতৰাই নিছে যদিও আশ্বস্ত হ’ব পৰা নাই ভাৰত। যিকোনো মূহুৰ্ততে চীনৰ সেনাই ভাৰতৰ বিৰুদ্ধে পুনৰ...
Read moreপৰ্যটকৰ আগমন বৃদ্ধি কৰাৰ উদ্দেশ্যে ভূটানে গেলেংফু আৰু চামদ্ৰুপ ঝংখাৰত দুটা নতুন পৰ্যটক প্ৰৱেশ পইণ্ট নিৰ্মাণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।...
Read moreভাৰত-চীন সংঘাতক আন এক মাত্ৰা প্ৰদান কৰি ভাৰতৰ বিৰুদ্ধে নেপালৰ আগ্ৰাসী অৱস্থানে বিশেষ চৰ্চা লাভ কৰি আহিছে। নেপালৰ এনে আচৰণৰ...
Read moreআমেৰিকাৰ পাছত ব্ৰিটেইনতো উজুটি খোৱাৰ পথত আগবাঢ়িছে চীন। দেশখনত 5G নেটৱৰ্ক সেৱা আপগ্ৰেডেশ্যনৰ দায়িত্ব লাভ কৰা চীনৰ সংস্থা Huawei ৰ...
Read moreঅৱশেষত দীৰ্ঘ দিন নিজৰ দাবী কৰি অহা ভুটানৰ ভূখণ্ড এৰিবলৈ বাধ্য হ’ল চীন। উল্লেখ্য যে, চীনে আন্তজাৰ্তিক মঞ্চত ভুটানৰ চাকটাং...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd