• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ পাছত ব্ৰিটেইনতো উজুটি খাইছে চীনে; 5G নেটৱৰ্কৰ অনুমতি হেৰুৱাৰ পথত Huawei

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 8:15 am
maxresdefault

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: য়ুটিউব

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ পাছত ব্ৰিটেইনতো উজুটি খোৱাৰ পথত আগবাঢ়িছে চীন। দেশখনত 5G নেটৱৰ্ক সেৱা আপগ্ৰেডেশ্যনৰ দায়িত্ব লাভ কৰা চীনৰ সংস্থা Huawei ৰ চুক্তি বাতিল হোৱাৰ পথত।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা মনত ৰাখি ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনে এই অনুমতি বাতিল কৰাৰ কথা চিন্তা কৰিছে।

Apply Now

দেশখনত চলিত বছৰতে Huawei ৰ প্ৰযুক্তি পৰ্যায়ক্ৰমে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

স্বাভাৱিকতে এই সিদ্ধান্তৰ ফলত চীন আৰ্থিকভাৱে ভীষণ ক্ষতিগ্ৰস্ত হ’ব।

ইপিনে. কৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ চীনৰ ওপৰত ক্ষুব্ধ হৈ পৰা আমেৰিকাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত চীনৰ দুটাকৈ সংস্থাক বিনিয়োগকাৰী তথা যোগানকাৰীৰ তালিকাৰ পৰা বাদ দিছে।

ইয়াৰ ভিতৰত এটা হৈছে  Huawei। এতিয়া ব্ৰিটেইনেও কোম্পানীটোৰ পৰা চুক্তি কাঢ়ি ল’লে ইয়াৰ বাবে ডাঙৰ আঘাত হ’ব।

ব্ৰিটিছ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ব্ৰিটেইন চৰকাৰে চীনৰ কোম্পানীৰটোৰ পৰা আহিব পৰা সম্ভাৱ্য ৰাষ্ট্ৰীয় নিৰাপত্তা তথা দেশৰ জনসাধাৰণৰ কি বিপদ হ’ব পাৰে তাৰ সমীক্ষা কৰিছে।

দেশখনৰ চোৰাংচোৱা সংস্থাই চীনৰ প্ৰযুক্তিৰ পৰা আহিব পৰা বিপদ সম্পৰ্কে ইতিমধ্যে সতৰ্ক কৰি দিছে।

দেশখনৰ নেশ্যনেল চাইবাৰ ছিকিউৰিটি চেন্টাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে আমেৰিকাৰ নিষেধাজ্ঞাৰ ব্যাপক প্ৰভাৱ পৰাৰ পাছত চীনৰ কোম্পানীটোৱে নিম্নমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে।

ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনে দেশখনত Huawei ৰ কাম বন্ধ কৰি দিয়াৰ কথা চিন্তা কৰিছে বুলি দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ভাৰতেও চীনক আৰ্থিকভাৱে আঘাত সনাৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। চীনৰ ৫৯টা এপ বন্ধ কৰাৰ উপৰি বিএছএনএলে Huawei ৰ পৰা 4Gনেটৱৰ্ক আপগ্ৰেডেশ্যনৰ দায়িত্ব প্ৰত্যাহাৰ কৰিছে।

তদুপৰি, ভাৰতত ৰে’লপথ প্ৰকল্পত চীনৰ কোম্পানীক কাম নিদিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

July 19, 2026 9:40 pm
ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

July 19, 2026 8:53 pm
গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

July 19, 2026 8:27 pm
সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

July 19, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

July 19, 2026 9:40 pm
ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

July 19, 2026 8:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd