প্ৰতিৱেশী

কিম জঙকলৈ ৰহস্য ঘণীভূত; চীনে উত্তৰ কোৰিয়ালৈ পঠালে চিকিৎসকৰ দল

উত্তৰ কোৰিয়াৰ একনায়ক নেতা কিম জং উনৰ স্বাস্থ্যকলৈ সৃষ্টি হোৱা ৰহস্য ক্ৰমে আৰু ঘণীভূত হৈ পৰিছে। আমেৰিকা আৰু দক্ষিণ কোৰিয়াকে...

Read more

আমেৰিকা আঁতৰিল! WHOক ৩কোটি ডলাৰৰ সাহায্য দিয়াৰ কথা ঘোষণা চীনৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ বিবাদ চলি থকাৰ সময়তে ৰাষ্ট্ৰপতিগৰাকীয়ে সংস্থাটোক সাহায্য দিয়া বন্ধ কৰাৰ কথা...

Read more

কৰ’না ভাইৰাছৰ বাবে বদনামী চীন; কিন্তু চীনৰ মনোৰঞ্জনধৰ্মী ‘টিক-টক’ত ব্যস্ত কোটি কোটি ভাৰতীয়

বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী কৰ'না ভাইৰাছৰ উৎপত্তিস্থল হিচাপে চীনক বিশ্বই সমালোচনা কৰি আহিছে। বিশ্বজুৰি এই ভাইৰাছে মৃত্যুৰ কিৰিলি পৰা বাবে বহুতে...

Read more

বিশ্বকাপত ৰেকৰ্ড গঢ়া বেটখন নিলাম কৰিব অলৰাউণ্ডাৰ ছাকিব আল হাছানে

বাংলাদেশ ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ ছাকিব এল হাছানে ২০১৯ এদিনীয়া বিশ্বকাপত ব্যৱহাৰ কৰা বেট নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোভিদ-১৯...

Read more

চীনৰ পৰা বিদায় ল’বলৈ সাজু ১০০০কোম্পানী; ৩০০টা কোম্পানীৰ ভাৰতলৈ অহাৰ প্ৰস্তুতি!

কৰ’না ভাইৰাছৰ আতংকৰ বাবে গোটেই বিশ্বৰে অৰ্থনীতি স্থৱিৰ হৈ পৰা দেখা গৈছে। কিন্তু এনে সময়তে ভাৰতৰ বাবে যেন অপেক্ষা কৰিছে...

Read more

ক’ৰ’না আক্ৰান্ত সকলৰ কাৰণে অৰ্থ সংগ্ৰহৰ বাবে নিজৰ ক্ৰিকেট বেটৰ নিলাম কৰিব বাংলাদেশী ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমে

বাংলাদেশৰ ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত প্ৰথম দ্বিশতৰাণ অৰ্জন কৰা তেওৰ ক্ৰিকেট বেটখন নিলাম কৰিব বিচাৰিছে। দেওবাৰে বাংলাদেশৰ উইকেটকীপাৰ...

Read more

নগালেণ্ডত জুইত সেকি হাপা আৰু হৰিণাৰ মাংস ভক্ষণ

ল’কডাউন উলংঘা কৰি অৰুণাচল প্ৰদেশত কেইজমান লোকে কিং কোব্ৰা ভক্ষণ কৰাৰ পিছতে এইবাৰ নাগলেণ্ডত ঘটিছে তদ্ৰূপ ঘটনা। এই সমগ্ৰ দৃশ্যৰাজি...

Read more

ডোনাল্ড ট্রাম্পৰ সকীয়নি: কৰ’না বিয়পোৱাৰ প্ৰমাণ পালে শুদাই নেৰে চীনক

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনক পুনৰ সকীয়াই দি কয় যে যদি কৰ’না ভাইৰাছৰ সংক্ৰমণ জানি বুজি বিয়পোৱাৰ বাবে দোষী পোৱা...

Read more

ভাৰতত চীনৰ আগ্ৰাসন প্ৰতিৰোধৰ পদক্ষেপ কেন্দ্ৰৰ; প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিত সালসলনি

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আতংকত দেশজুৰি অব্যাহত আছে স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা। ইয়াৰ মাজতে ভাৰতীয় কোম্পানীসমূহৰ পৰিচালনাৰ নিয়ন্ত্ৰণৰ দায়িত্ব যাতে কোনো চুবুৰীয়া...

Read more

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু তবলিগী জামাতৰ অধ্যক্ষৰ

তবলিগী জামাত কাণ্ডই কেৱল ভাৰততেই ক’ৰ’না সংক্ৰমণৰ বাবে প্ৰধান সেতু হৈ পৰা নাই। পাকিস্তানটো তবলিগী জামাতে ক’ৰ’না সংক্ৰমণৰ ঘাই সেতু...

Read more
Page 123 of 171 1 122 123 124 171

Recent News