প্ৰতিৱেশী

অৰ্ণৱ গোস্বামীৰ কান্ধত থৈ মোদীলৈ বন্দুক টোৱালে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে!

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ হোৱাটছ এপ বিতৰ্কই এতিয়া যে কেৱল দেশতে জোকাৰণিৰ সৃষ্টি কৰিছে তেনে নহয়। অৰ্ণৱৰ এই...

Read moreDetails

ব্লেক টি হ’ব চীনৰ ই-কমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম পণ্য

চীনৰ ই কমাৰ্চৰ জগতত খনত ব্লেক টিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ভুমুকি মাৰিবলৈ ওলাইছে ম্যানমাৰে। দেশ খনত বিশেষ ভাবে জনপ্ৰিয় ব্লেক...

Read moreDetails

‘RS-18’:আমেৰিকাক পুৰি চাৰখাৰ কৰি দিব পৰা মিছাইল সাজি উলিয়ালে ৰাছিয়াই

আমেৰিকা আৰু ৰাছিয়াৰ মাজত পুনৰ গা কৰি উঠিছে শীতল যুদ্ধই। ৰাছিয়াৰ প্ৰতিটো কামতে বিধি-পথালি দি অহা আমেৰিকাৰ বিৰুদ্ধে এইবাৰ ব্যাপক...

Read moreDetails

চীনত এইবাৰ ‘ক’ৰ’ণাত আক্ৰান্ত’ হ’ল তিনিটাকৈ আইচক্রীম! তাৰপিছত কি কৰিলে চৰকাৰে?

চীনত এতিয়া এবিধ বিশেষ আইক্ৰীমে প্ৰশাসনৰ টোপনি হৰণ কৰিছে। যিসকল লোকে বজাৰৰ পৰা ক্ৰয় কৰি সেই আইচক্ৰীম খাইছে তেওঁলোকৰ ওপৰত...

Read moreDetails

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ অভিনেত্ৰী শুভ্ৰা কুণ্ডুক। যোৱা নিশাই গ্ৰেপ্তাৰ কৰা অভিনেত্ৰীগৰাকীক আজি চিবিআই—এ ওড়িশাৰ ভূৱনেশ্বৰলৈ নিব...

Read moreDetails

তিনিদিনীয়া ভ্ৰমণ সূচীলৈ ভাৰতত উপস্থিত নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

তিনিদিনীয়া ভ্ৰমণ সূচীলৈ আজি ভাৰতৰ ৰাজধানী দিল্লীত উপস্থিত হৈছে নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালী। এই ভ্ৰমণ সূচীত নেপালৰ...

Read moreDetails

উইঘুৰ মুছলমানৰ ওপৰত নিৰ্যাতন; আমেৰিকাত নিষিদ্ধ কৰা হ’ল চীনৰ বিলাহী আৰু কপাঁহ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আবকাৰী আৰু সীমান্ত সুৰক্ষা (চিবিপি)য়ে চীনৰ ঝিনঝিয়াং প্ৰদেশৰ পৰা বিলাহীৰ সামগ্ৰী আৰু কপাঁহ আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছে। মূলত...

Read moreDetails

হঠাতে ঘন ঘোৰ আন্ধাৰে আৱৰি ধৰিলে সমগ্ৰ পাকিস্তান, কিন্তু কিয়?

২০১৫ চনৰ জানুৱাৰী মাহত যি ঘটিছিল ঠিক তেনে ঘটনাৰে পুনৰাবৃত্তি ঘটিল পাকিস্তানত। যোৱা নিশাৰে পৰা দেশ খনৰ ইছলামাবাদ, ৰাৱালপিণ্ডি, লাহোৰ,...

Read moreDetails

ছ’চিয়েল মিডিয়াৰ পোষ্টৰ বাবেই তিনিজনক মৃত্যুদণ্ড, কোন আদালতে দিলে এই ৰায়?

ছ’চিয়েল মিডিয়াৰ একোটা পোষ্টেও যে কোনো লোকৰ জীৱন কাঢ়ি নিব পাৰে তাৰেই প্ৰমাণ পোৱা গ’ল পুনৰ। তিনি জন লোকক ছ’চিয়েল...

Read moreDetails

কাশ্মীৰ প্ৰসংগত ভাৰতৰ পক্ষত থাকি পাকিস্তান-চীনক সকিয়ালে এই খন পশ্চিমৰ দেশে

লাডাখ প্ৰসংগত আমেৰিকাৰ ভাৰতস্থিত ৰাষ্ট্ৰদূতে কালি চীনক সকিওৱাৰ পিছত আজি পশ্চিমৰ আন এখন দেশে কাশ্মীৰ প্ৰসংগত চীন আৰু পাকিস্তানক সকিয়নি...

Read moreDetails
Page 24 of 56 1 23 24 25 56

Stay Connected

Recent News