• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘RS-18’:আমেৰিকাক পুৰি চাৰখাৰ কৰি দিব পৰা মিছাইল সাজি উলিয়ালে ৰাছিয়াই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 18, 2021 12:06 pm

1 min read

Russia is planning to flight test new mis
351
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা আৰু ৰাছিয়াৰ মাজত পুনৰ গা কৰি উঠিছে শীতল যুদ্ধই।

ৰাছিয়াৰ প্ৰতিটো কামতে বিধি-পথালি দি অহা আমেৰিকাৰ বিৰুদ্ধে এইবাৰ ব্যাপক সমৰসজ্জা গঢ়ি তুলিছে ৰাছিয়াই।

ৰাছিয়াৰ পৰমাণু বিজ্ঞানীসকলে এতিয়া ‘RS-18’ নামৰ এবিধ অত্যাধুনিক মিছাইল সাজি উলিয়াইছে।

এই মিছাইল বিধে মুহূৰ্ততে আমেৰিকাক পুৰি চাৰখাৰ কৰি দিব পাৰিব।

৬২০০  মাইল ব্যাসাৰ্দ্ধত আঘাত হানিবলৈ সমৰ্থ এই মিছাইল বিধৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ চলি আছে আৰু পৰীক্ষণৰ পিছতে মিছাইলবিধ ৰাছিয়াৰ সেনাৰ হাতত তুলি দিয়া হ’ব এই মিছাইল।

১০০ টন ওজনৰ এই মিছাইল বিধে আনকি ফ্ৰান্সো ধ্বংস কৰি দিব পাৰিব।

উল্লেখ্য ট্ৰাম্পৰ শাসন কালতে আমেৰিকাই ২০১৯ চনত স্বাক্ষৰিত ‘Intermediate-Range Nuclear Forces Treaty’ ৰ পৰা ওলাই আহিছিল।

ইয়াৰ ফলত ৰাছিৰ প্ৰতিৰক্ষাৰ প্ৰতি আমেৰিকাই ভাবুকিৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছিল।এনে পৰিস্থিতিৰ মাজতে ৰাছিযাই আমেৰিকা ধ্বংস কৰি দিব পৰা মিছাইল সাজি উলিওৱা বুলি অনুমান কৰা হৈছে।

যদি বিডেনৰ শাসন কালতো যদি আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক উন্নত নহয় তেন্তে দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনা মুঠেও শাম কটাৰ সম্ভাৱনা নাই বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।

Recent News

a bodo

বি টি চিৰ অধিৱেশনত কল্যাণকামী বাজেট দাখিল প্ৰমোদ বড়োৰ

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd