প্ৰতিৱেশী

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈয়ে চীনৰ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তন ঘটালে জিনপিঙে

তৃতীয় বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ছি জিনপিং। চীনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰীক সলনি কৰিলে...

Read moreDetails

অস্ত্ৰোপচাৰৰ সময়ত পেটৰ পৰা বাহিৰ হ’ল সুৰাৰ বটল; দেখি চকু কপালত উঠিল চিকিৎসকৰ!

এজন মানুহে তীব্ৰ পেটৰ বিষত চিকিৎসকৰ ওচৰলৈ গৈছিল। চিকিৎসকে তেওঁক বিষৰ কাৰণ চিনাক্ত কৰিবলৈ শাৰীৰিক পৰীক্ষা কৰিবলৈ কয়। পৰীক্ষাৰ প্ৰতিবেদন...

Read moreDetails

ক্ৰমাগত তৃতীয়বাৰলৈ চীনৰ ৰাষ্ট্ৰপতি পদত ছি জিনপিং

ক্ৰমাগত তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি পদ নিশ্চিত কৰিছে ছি জিনপিঙে। আজি দেশখনৰ নেশ্যনেল পিপলছ কংগ্ৰেছ (এনপিচি)ৰ প্ৰায় ৩০০০ সদস্যই ছি...

Read moreDetails

নেপালৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত ৰামচন্দ্ৰ পৌডেল

নেপালী কংগ্ৰেছৰ নেতা ৰামচন্দ্ৰ পৌডেল নেপালৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। নেপালৰ ইতিহাসত এইদৰে তৃতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় পৌডেল।...

Read moreDetails

আফগানিস্তানলৈ পুনৰ ২০ হাজাৰ মেট্ৰিক টন ঘেঁহু সাহায্য ভাৰতৰ

তালিবান শাসিত আফগানিস্তানলৈ পুনৰ সাহায্য হিচাপে ২০ হাজাৰ মেট্ৰিক টন প্ৰেৰণ কৰিব ভাৰতে। মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত ভাৰত-মধ্য এছিয়াৰ যুটীয়া...

Read moreDetails

বাংলাদেশৰ ৰোহিংগীয়া শিৱিৰত বিধ্বংসী অগ্নিকাণ্ড; জ্বলি ভস্মীভূত হ’ল প্ৰায় ২,০০০ ঘৰ

বাংলাদেশৰ কক্সবজাৰৰ উখিয়া বালুখালিৰ তিনিটা ৰোহিংগীয়া শিবিৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত ২,০০০ তকৈও অধিক ঘৰ ভস্মীভূত হয়।...

Read moreDetails

অবৈধভাৱে বসবাসৰ অভিযোগ! মহাৰাষ্ট্ৰত ১৮ জন বাংলাদেশীক গ্ৰেপ্তাৰ

অবৈধভাৱে বসবাস কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ পৰা ১০ গৰাকী মহিলাসহ ১৮ জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক শনিবাৰে থানে জিলাৰ পৰা...

Read moreDetails

উপ-প্ৰধানমন্ত্ৰীকে ধৰি ৪ মন্ত্ৰীৰ পদত্যাগ; নেপালৰ পুষ্প কমল দাহলৰ মিত্ৰজোঁট চৰকাৰৰ সংকট!

নেপালৰ উপ-প্ৰধানমন্ত্ৰী ৰাজেন্দ্ৰ লিংডেন আৰু আন তিনিজন মন্ত্ৰীয়ে পদত্যাগ কৰিছে। তেওঁলোকে শনিবাৰে তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰিছে। ফলত সংকটত পৰিছে...

Read moreDetails

চীনে কানাডাৰ নিৰ্বাচনত “হস্তক্ষেপ কৰিবলৈ’’চেষ্টা কৰাৰ অভিযোগ দেশখনৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰ

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে চীনৰ বিৰুদ্ধে দেশখনৰ নিৰ্বাচন আৰু গণতান্ত্ৰিক ব্যৱস্থাত হস্তক্ষেপ কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীৰ...

Read moreDetails

জনসংখ্যা হ্ৰাসক লৈ চিন্তিত চৰকাৰ; শিক্ষাৰ্থীসকলক শুক্ৰাণু দান কৰিবলৈ আহ্বান চীনৰ

কোভিডৰ সময়ৰ পৰা চীনত জন্মৰ হাৰ হ্ৰাস হোৱাৰ বাবে চিন্তিত হৈ পৰিছে দেশখনৰ চৰকাৰ। বেইজিং, ছাংহাইকে ধৰি বিভিন্ন চহৰৰ চিকিৎসা...

Read moreDetails
Page 51 of 188 1 50 51 52 188

Stay Connected

Recent News