প্ৰতিৱেশী

অসমলৈ প্ৰব্ৰজনৰ শংকা! মিজোৰামত কুকি-চিন বাংলাদেশী শৰণাৰ্থী; কেন্দ্ৰীয় চৰকাৰ নীতি কি?

যোৱা ২০ নৱেম্বৰত মিজোৰামত প্ৰৱেশ কৰা বাংলাদেশৰ কুকি-চিন সম্প্ৰদায়ৰ ২৭০ জনৰো অধিক সদস্যক ৰাজ্য চৰকাৰৰ নথিত "আনুষ্ঠানিকভাৱে স্থানচ্যুত ব্যক্তি" বুলি...

Read moreDetails

৩০ খন দেশত ৫০ খন আৰক্ষী থানা স্থাপন কৰিছে চীনে! উদ্দেশ্য কি?

কেৱল নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰতে নহয়, বিদেশৰ ৩০ খন দেশত ৫০ খনৰো অধিক নিজা আৰক্ষী থানা স্থাপন কৰিছে চীনে। বিদেশত...

Read moreDetails

এদিনতে কৰোনা সংক্ৰমিত ২৭ হাজাৰ! উদ্বিগ্ন চৰকাৰে দিছে গৃহবন্দী থকাৰ নিৰ্দেশ

COVID cases hit China চীনক এৰি দিয়া নাই কৰোনাই। চীনত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। দেওবাৰে চীনত ২৬ হাজাৰ ৮২৪...

Read moreDetails

পুনৰ চীনৰ ৰাষ্ট্ৰপতি পদত জিনপিং, ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হ’বনে?

ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক উন্নত হ’বনে? এতিয়া এয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বালিত...

Read moreDetails

জি-২০ সন্মিলনৰ মাজতে আলাপ মোডী-বিডেনৰ; চীনলৈ কি বাৰ্তা দিলে?

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে জি-২০ সন্মিলনৰ মাজতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই...

Read moreDetails

বাৰাণসীৰ পৰা বাংলাদেশ হৈ ডিব্ৰুগড়লৈ বিশ্বৰ আটাইতকৈ দীঘল বিলাসী ক্ৰুজ চলাব কেন্দ্ৰই

World’s longest luxury cruise from Varanasi to Dibrugarh কেন্দ্ৰই উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ উজনি অসমৰ ডিব্ৰুগড়লৈ বিশ্বৰ আটাইতকৈ...

Read moreDetails

মালদ্বীপত ভয়াৱহ অগ্নিকাণ্ডত ৯ জন ভাৰতীয়সহ নিহত ১০ জন লোক

বৃহস্পতিবাৰে মালদ্বীপৰ ৰাজধানী মালেত বিদেশী শ্ৰমিকৰ বাসগৃহত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত কমেও ১০ জন লোক নিহত আৰু কেইবাজনো লোক আহত...

Read moreDetails

পুনৰ আগ্ৰাসী ৰূপত কোভিড, চীনৰ এখন প্ৰদেশত পুনৰ লকডাউন ঘোষণা

কোভিডৰ সংহাৰ এতিয়াও কমা নাই। চীনত পুনৰ কোভিডে মূৰ দাঙি উঠিছে। এনে পৰিস্থিতিত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাত ইয়াৰ প্ৰতিৰোধৰ বাবে...

Read moreDetails

নেপালত ভয়ংকৰ ভূমিকঁম্প :: ৬ জন নিহত

বুধবাৰে পুৱতি নিশা নেপালত এক ভয়ানক ভূমিকঁম্পত কেইবাজনো লোকৰ মৃত্যু হয়। জানিব পৰা মতে এতিয়ালৈকে ভূমিকঁম্পত নিহত ব্যক্তিৰ সংখ্যা ৬...

Read moreDetails

বাংলাদেশৰ গাঁৱত বিহু, বাগৰুম্বা পৰিৱেশন কৰিব অসমৰ সাংস্কৃতিক দলে

নৱেম্বৰৰ দ্বিতীয় সপ্তাহত বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চলৰ দুখন গাঁৱত অসমৰ ১৫ জনীয়া সাংস্কৃতিক দলে বিহু আৰু বাগৰুম্বা প্ৰদৰ্শন কৰিব। দেওবাৰে...

Read moreDetails
Page 57 of 188 1 56 57 58 188

Stay Connected

Recent News