অধিক হিংস্ৰ হৈ উঠিছে ম্যানমাৰৰ জুণ্টা : নিৰ্বিচাৰে গুলীচালনা কৰি প্ৰায় ১৫ গৰাকী স্বাস্থ্য কৰ্মীক হত্যা
কেৱল গণতন্ত্ৰকামী সাধাৰণ জনতাৰ ওপৰতে নিৰ্বিচাৰে গুলীচালনা কৰি ক্ষান্ত থকা নাই ম্যানমাৰৰ সামৰিক শাসক। এইবাৰ দেশখনৰ গণতন্ত্ৰকামী স্বাস্থ্য কৰ্মীৰ ওপৰতো...
Read more