• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অধিক হিংস্ৰ হৈ উঠিছে ম্যানমাৰৰ জুণ্টা : নিৰ্বিচাৰে গুলীচালনা কৰি প্ৰায় ১৫ গৰাকী স্বাস্থ্য কৰ্মীক হত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2021 8:38 am
thjc-Myanmar1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল গণতন্ত্ৰকামী সাধাৰণ জনতাৰ ওপৰতে নিৰ্বিচাৰে গুলীচালনা কৰি ক্ষান্ত থকা নাই ম্যানমাৰৰ সামৰিক শাসক।

এইবাৰ দেশখনৰ গণতন্ত্ৰকামী স্বাস্থ্য কৰ্মীৰ ওপৰতো নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰিছে জুণ্টাই।

Apply Now

বৃহস্পতিবাৰে দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনৰ অন্যতম প্ৰধান চহৰ মান্দালয়ৰ গণতন্ত্ৰকামী হাজাৰ হাজাৰ চিকিৎসা কৰ্মী তথা চিকিৎসকৰ ওপৰত গুলীচালনা কৰে জুণ্টাৰ সেনাই।

বৃহস্পতিবাৰে চহৰখনৰ হাজাৰ হাজাৰ স্বাস্থ্য কৰ্মীয়ে দেশখনত গণতন্ত্ৰৰ পুনঃ প্ৰতিষ্ঠাৰ বাবে এক প্ৰতিবাদী বিশাল সমদল উলিয়াইছিল।

চিকিৎসকসহ স্বাস্থ্য কৰ্মীসকলৰ এই প্ৰতিবাদী কণ্ঠস্বৰ বন্ধ কৰিবলৈ সমদলটোৰ ওপৰত সামৰিক শাসকৰ সেনাই নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰে।

উক্ত গুলীচালনাত অতি কমেও ১৫ গৰাকী প্ৰতিবাদী চিকিৎসা কৰ্মীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰু বহু চিকিৎসা কৰ্মী আহত হোৱাৰো খবৰ আহিছে।

ইফালে স্বাস্থ্য কৰ্মীৰ ওপৰত গুলীচালনা কৰাৰ পাছতো এই নাৰকীয় তথা মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে জুণ্টাই কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে পাহাৰীয়া দেশখনতো আৰম্ভ হৈথছে নৱবৰ্ষৰ। এপ্ৰিলৰ প্ৰথমটো সপ্তাহত দেশখনত নৱবৰ্ষ সপ্তাহ হিচাপে উদযাপন কৰা হয়।

এই নৱবৰ্ষৰ সপ্তাহটোত সামৰিক শাসকৰ বিৰুদ্ধে আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীৰে পুনৰ দেশজুৰি আৰম্ভ হৈছে প্ৰতিবাদ।

উল্লেখ্য যে যোৱা ১ ফ্ৰেবুৱাৰিত আং চান চ্যু কীক ক্ষমতাচ্যুত কৰি দেশখনৰ সেনাই ক্ষমতা হস্তগত কৰিছিল। তেতিয়াৰ পৰাই দেশখনৰ গণতন্ত্ৰকামী জনতাই পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত দেশজুৰি তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছে।

আনহাতে আন্তঃৰাষ্ট্ৰীয় সকীয়নিলৈ ভ্ৰূক্ষেপ নকৰি ম্যানমাৰ সেনাই গুলীচালনা কৰি এই প্ৰতিবাদী আন্দোলনক অতি কঠোৰ হাতেৰে দমন কৰি আহিছে।

যোৱা ফেব্ৰুৱাৰিৰ পৰা ম্যানমাৰ সেনাই প্ৰতিবাদী জনতাৰ ওপৰত চলোৱা নিৰ্বিচাৰ গুলীচালনাত শিশুসহ ৭০০ৰো অধিক সাধাৰণ লোকৰ মৃত্যু হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am
জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am
জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd