Illegal Trade দক্ষিণ গাৰো পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তয়েদি বাংলাদেশলৈ কাপোৰৰ সামগ্ৰীৰ চোৰাং চালান অব্যাহত আছে। ইয়াৰ মাজতে বি এছ এফৰ...
Read moreDetailsভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে বিগত মাহত কৰা এক মন্তব্যকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চীনে। ভাৰতৰ চীফ অৱ ডিফেন্স...
Read moreDetailsEarthquake শুকুৰবাৰে পুৱাই প্ৰায় ৫বাজি ১৬ মিনিটত অহা এটা ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল। গুৱাহাটীত...
Read moreDetailsআশংকা কৰাৰ দৰে আফগানিস্তানত তালিবানে বলৱৎ কৰিছে কঠোৰ নাৰী বিদ্বেষী আইন।যোৱা আগষ্টত ক্ষমতা দখলৰ পিছতে তালিবানে বলৱৎ কৰিছে টেলিভিশ্যন চেলেন...
Read moreDetailsমুছলিম সম্প্ৰদায়ৰৰ বিৰুদ্ধে অহৰহ ভুৱা প্ৰচাৰ কৰাৰ ফলশ্ৰুতিত আবু ধাবিৰ এটা অনুষ্ঠানৰ পৰা বাদ পৰিছে সুধীৰ চৌধুৰী। জি নিউজৰ এংকৰজনক...
Read moreDetailsCOVID-19 Origine চীনৰ উহানৰ লেবেৰটৰীতে সঁচাকৈ কৰ’না ভাইৰাছৰ সৃষ্টি হৈছিল নেকি? SARS-CoV-2 ভাইৰাছৰ বাবে দায়ী কোন? এই প্ৰশ্নসমূহক লৈ দীৰ্ঘদিন...
Read moreDetailsলাডাখৰ লগতে অৰুণাচলতো চীনে ব্যাপক হাৰত আগ্ৰাসন চলাই যোৱাৰ সময়তে চীন-ভাৰত সম্পৰ্ক সন্দৰ্ভত আজি আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ মত ব্যক্ত কৰিছে...
Read moreDetailsChina Aggression in India পুনৰ ভাৰতৰ ভূমিখণ্ডত চীনে নিৰ্মাণ কাৰ্য চলাই থকাৰ তথ্য পোহৰলৈ আহিছে। উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে ভাৰত-চীন...
Read moreDetailsচীনৰ কমিউনিষ্ট পাৰ্টীৰ এগৰাকী প্ৰভাৱশালী নেতা তথা দেশ খনৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ঝাং গাওলিৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে...
Read moreDetailsযোৱা দুটা দশকত বিশ্বব্যাপী সম্পদ তিনিগুণ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ধনী দেশৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰিছে চীনে।পৰামৰ্শদাতা মেকিনচে এণ্ড কোম্পানীৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd