ম্যানমাৰৰ সামৰিক অভ্যুত্থানে অমানিশা নমাই আনিছে ম’ৰে চহৰৰ এইসকল ভাৰতীয় ব্যৱসায়ীৰ জীৱনলৈ
কেইবামাহ জোৰা লকডাউনৰ অন্তত তেওঁলোকে স্বস্তিৰ নিঃশ্বাস পেলাইছিলহে মাত্ৰ। কিন্তু চুবুৰীয়া ম্যানমাৰত হোৱা সামৰিক অভ্যুত্থানে পুনৰ তেওঁলোকৰ জীৱনলৈ নমাই আনিছে...
Read more