DMCA.com Protection Status

আটছাৰ গোলাঘাট জিলা সমিতিৰ পৰা তিনি নেতাক নিলম্বন; সাংবাদিক সন্থাৰ সিদ্ধান্ত প্ৰত্যাহাৰ

ATTSA Suspended members অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখা সমিতিৰ বাতৰি পৰিৱেশন নকৰাৰ বাবে বোকাখাতৰ সমুহ সাংবাদিকে গ্ৰহণ কৰা...

Read more

মৰেল পুলিচৰ উদ্ভণ্ডালি; মাজ ৰাস্তাত হিজাব খুলিবলৈ বাধ্য কৰালে যুৱতীক!

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে মৰেল পুলিচৰ অতপালি। বিশেষকৈ ধৰ্মৰ নামত বলিয়ান হৈ এচাম উতনুৱা ব্যক্তিয়ে মৰেল পুলিচৰ ভুমিকাত অৱতীৰ্ণ হৈছে।...

Read more

জম্মু কাশ্মীৰত পুনৰ সেনাৰ মৃত্যু , মৃত সেনাৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

জম্মু কাশ্মীৰৰ সীমান্তৱৰ্তী জিলা পুঞ্চত অব্যাহত আছে ভাৰতীয় সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান। এই অভিযানত এতিয়ালৈকে ৯ জন সেনা জোৱানে প্ৰাণ...

Read more

অতিবৃষ্টিৰ কবলত কেৰালা, বান-ভূমিস্খলনে জীৱন কাঢ়িলে ৬ জনৰ,সন্ধানহীন ১৮ জন

দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালাত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখন তীব্ৰ সংকটৰ সন্মুখীন হৈছে। অতিবৃষ্টিৰ ফলশ্ৰুতিত ৰাজ্যখনত...

Read more

মাৰ্ঘেৰিটাৰ লিডু চাহ বাগিছাত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল বাসগৃহ

মাৰ্ঘেৰিটাৰ লিডু চাহ বাগিছাৰ ২নং লাইনত কালি পুৱতি নিশা এটা বাসগৃহত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ বাসিন্দা মৌচুমী...

Read more

ছাত্ৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল শিক্ষক

অসমৰ ফিল’বাৰীৰ শিক্ষয়ত্ৰীক অপমানৰ ঘটনাই ৰাজ্যত তোলপাৰ লগাই থকাৰ মাজতে এজন শিক্ষকৰ নিৰ্দয়তাই বাতৰিৰ শিৰোনাম দখল কৰিছে। অৱশ্যে এই ঘটনাৰ...

Read more

অষ্টম বাৰৰ বাবে ছাফ(SAFF) চেম্পিয়নশ্বিপৰ খিতাপ নিজৰ দখলত ৰাখিলে ভাৰতে

ভাৰতীয় ফুটবল প্ৰেমীৰ বাবে সুখবৰ! নেপালক ৩-০ ব্যৱধানত পৰাস্ত কৰি অষ্টম বাৰৰ বাবে ছাফ চেম্পিয়নশ্বিপত বিজয়ৰ হাঁহি মাৰিলে ভাৰতে। অধিনায়ক...

Read more

আন এক বিশ্বযুদ্ধৰ ৰণডংকা! আজিৰ পৰা আৰম্ভ হ’ব টি-২০ মহাৰণ

আজিৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ আটাইতকৈ চমু সংস্কৰণ টি-২০ ক্ৰিকেটৰ বিশ্বকাপ। বিশ্ব জয়ৰ লক্ষ্যৰে ক্ৰিকেট ফিল্ডত সমুখ সমৰত লিপ্ত হ’ব...

Read more

অন্ত পৰিল দুৰ্গোৎসৱৰ, বহলপুৰ চম্পাৱতী নৈত ভক্তই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে দেৱীক

ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ থানা এলেকাধিন বহলপুৰ (পাতালপুৰ) মহামায়া মন্দিৰৰ নিকট দুই ফালে পাহাৰৰ আকৰ্ষণীয় পৰিবেশৰ মাজেৰে চিৰ প্ৰবাহমান চম্পাৱতী...

Read more
Page 1203 of 5293 1 1,202 1,203 1,204 5,293

Recent News