স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬–২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্থাপিত নিৰ্বাচন-সম্পৰ্কীয় অভিযোগসমূহৰ নিষ্পত্তিৰ উদ্দেশ্যে গঠিত নিৰ্বাচন ন্যায়াধিকৰণে দুগৰাকী প্ৰাৰ্থী...

Read moreDetails

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে অসম আৰক্ষীয়ে ককৰোচ জনতা পাৰ্টিৰ কেইবাজনো কৰ্মীক আটক কৰিছে। স্বেচ্ছাসেৱক বৈঠকৰ বাবে...

Read moreDetails

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত শুকুৰবাৰে নিশা এক অত্যন্ত কৰুণ আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। বাগিচাখনৰ পুবৰুণ বস্তিত নিশাৰ অন্ধকাৰত এক বনৰীয়া...

Read moreDetails

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

ভাৰতৰ নিৰ্বাচন আয়োগৰ স্বচ্ছতা আৰু নিৰপেক্ষতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে অসম নাগৰিক সন্মিলনে। শেহতীয়াকৈ পোহৰলৈ অহা কেতবোৰ বিস্ফোৰক তথ্যৰ...

Read moreDetails

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাই শনিবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয় যে পাৰিবাৰিক বিবাদৰ ক্ষেত্ৰত মধ্যস্থতাই হিংসা, বলপূৰ্বক...

Read moreDetails

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশৰ বিভিন্ন প্ৰান্তত ইটোৰ পিছত সিটো ধৰ্ষণ আৰু নিৰ্যাতনৰ ঘটনাক লৈ সমগ্ৰ দেশ চিন্তিত হৈ পৰিছে। মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন...

Read moreDetails

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

শুকুৰবাৰে (২৫ ছেপ্টেম্বৰ) মাজ নিশা হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ২১ বছৰীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ ঘটনাৰ...

Read moreDetails

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

শুকুৰবাৰে গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলত অসম আৰক্ষীয়ে এক অতৰ্কিত অভিযান চলায়। এক বিশেষ আৰু গোপন সূত্ৰৰ পম খেদি মেৰাপানী আৰু...

Read moreDetails

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত আজি গুৱাহাটীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ৰাজীৱ ভৱনৰ পৰা...

Read moreDetails

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটে ৰাজ্যখনত মুছলমান বিবাহ পঞ্জীয়নৰ নতুন নিয়মৱলীত অনুমোদন জনাইছে। সমগ্ৰ ৰাজ্যতে বিবাহ পঞ্জীয়নৰ...

Read moreDetails
Page 16 of 5996 1 … 15 16 17 … 5,996

Stay Connected

Recent News