স্বনামধন্য শিল্পী, খগেন মহন্তৰ ভাতৃ দীগেন মহন্ত আৰু নাই
অসমৰ প্ৰখ্যাত শিল্পী দিগেন মহন্তৰ মঙলবাৰে গুৱাহাটীত দেহাৱসান ঘটে। নিশা প্ৰায় ৮ বজাত তেওঁৰ মৃত্যু হয়। মহন্ত আছিল অসমীয়া সংগীতৰ...
Read moreঅসমৰ প্ৰখ্যাত শিল্পী দিগেন মহন্তৰ মঙলবাৰে গুৱাহাটীত দেহাৱসান ঘটে। নিশা প্ৰায় ৮ বজাত তেওঁৰ মৃত্যু হয়। মহন্ত আছিল অসমীয়া সংগীতৰ...
Read moreএইবাৰ ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা এগৰাকী বিজেপি নেতাৰ। ধৰ্ষণৰ অপচেষ্টা চলোৱা বিজেপি নেতাগৰাকীক ইতিমধ্যে অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।...
Read moreনতুন মোৰ লৈছে ধিং ধৰ্ষণ কাণ্ডই। আৰক্ষীৰ ব্যৰ্থতা ফাদিল হৈছে ন্যায়ালয়ত! গুৱাহাটী উচ্চ ন্যায়ালয়ত ফাদিল হৈছে অসম আৰক্ষীৰ অন্য এক...
Read moreমানুহৰ জীৱনত বহু বিষয় অতি গুৰুত্বপূৰ্ণ। য'ত ভাল আৰু বেয়া দুয়োটা স্বভাৱৰ সংমিশ্ৰণ ঘটিছে। আকৌ সামাজিক জীৱ হিচাপে কেতিয়াবা নিজৰ...
Read moreদিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আপ নেতা আতিশী মাৰ্লেনা। আপ বিধায়িনী দলৰ বৈঠকত তেওঁৰ নাম অনুমোদন কৰা হয়। বৈঠকত অৰবিন্দ কেজৰিৱালে...
Read moreশেহতীয়াকৈ অসমৰ বন বিভাগত বন বিষয়াৰ বৃহৎ ৰদ-বদল কৰিছে অসম চৰকাৰ তথা বন বিভাগে। ধাৰাবাহিকভাবে অসম চৰকাৰে কেইবাজনো জ্যেষ্ঠ বন...
Read moreবিশ্বকৰ্মা পূজা, যাক বিশ্বকৰ্মা জয়ন্তী বুলিও কোৱা হয়, ই হৈছে ঐশ্বৰিক স্থপতি আৰু ভগৱান বিশ্বকৰ্মাৰ ভক্তিত পালন কৰা এক উল্লেখযোগ্য...
Read moreসোমবাৰে কিশোৰ ভাৰতী ষ্টেডিয়ামত কলকাতাৰ প্ৰসিদ্ধ ফুটবল ক্লাব মহামেদান স্প’ৰ্টিং ক্লাবে নতুন ইতিহাস গঢ়িলে। প্ৰথমবাৰৰ বাবে দেশৰ শীৰ্ষ লীগ আই...
Read moreএতিয়া যিকোনো ব্যক্তিয়ে ইউৰিক এচিডৰ সমস্যাত ভুগিছে। এই ৰোগ ধৰা পৰাৰ লগে লগে খাদ্যৰ বহু নিষেধাজ্ঞা আহে। কিন্তু কিছুমান বিশেষ...
Read moreতৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ এগৰাকী যুৱতী কি ধৰণৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈছিল সেয়া কালি সামাজিক মাধ্যমত বিয়পি পৰিছিল...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd