তিনি ৰাজ্যৰ বিধান পৰিষদৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

বুধবাৰে নিৰ্বাচন আয়োগে তিনিখন ৰাজ্যৰ বিধান পৰিষদৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। বিহাৰ, অন্ধপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ উচ্চ সদনৰ মুঠ...

Read moreDetails

দিছপুৰ প্ৰেছ ক্লাৱত জানু নাথৰ কাব্যগ্ৰন্থ “নতুন পৰিচয়” উন্মোচন

আজি দিনৰ ১ বজাত দিছপুৰ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন গ্ৰন্থ উন্মোচনী সভাত কবি জানু নাথে জীৱনৰ বৰ্ণিল অনুভৱ-অভিজ্ঞতাৰ...

Read moreDetails

জল্পনা কল্পনাৰ অৱসান ঘটিল : নিৰ্বাচিত হ’ল তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য; গ্ৰহণ কৰিলে শপত

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপি অগপ মিত্ৰজোঁটে পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছিল। পৰিষদৰ মুখ্য...

Read moreDetails

১১ মে’ৰ পৰা মেট্ৰিক পৰীক্ষা; কেতিয়া কি পৰীক্ষা আছে জানিবলৈ পঢ়ক

অহা ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইতিমধ্যে, অসম মাধ্যমিক শিক্ষা বৰ্ডে প্ৰকাশ কৰি উলিয়াইছে পৰীক্ষাৰ...

Read moreDetails

নিশ্চিহ্ন হ’ব নেকি নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টি?: য়ুপিপিএলত যোগদান জিএছপিৰ অধিকাংশ নেতা-কৰ্মী

বিটিচি দখল কৰিম বুলি সততে দম্ভালি মাৰি থকা কোকৰঝাৰৰ লোকসভাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ দল গণ সুৰক্ষা পাৰ্টি নিচিহ্ন...

Read moreDetails

বেয়া খবৰ: ক’ৰ’ণাৰ ভেকচিন গ্ৰহণৰ পিছত মৃত্যু দুই স্বাস্থ্যকৰ্মীৰ, ক’ত?

কোভিডৰ ভেকচিনে ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে যদিও ভেকচিন গ্ৰহণৰ পিছত বহু ঠাইত বহু লোক অসুস্থ...

Read moreDetails

লখিমপুৰত প্ৰথমবাৰ আয়োজন কৰা হৈছে সাতৰঞ্জন পক্ষী মহোৎসৱ : কিন্তু কেতিয়াৰ পৰা এই মহোৎসৱ?

এক অভিনৱ কাৰ্যসূচীৰ বাবে সাজু হৈ উঠিছে লখিমপুৰ জিলা প্ৰশাসন। লখিমপুৰত প্ৰথমবাৰৰ বাবে পক্ষী মহোৎসৱ উদযাপন কৰিবলৈ সাজু হৈ উঠিছে...

Read moreDetails

প্ৰবাসী অসমীয়া তথা লুইতৰ পৰা টেমচলৈ দ্বিভাষিক আলোচনীৰ মুখ্য সম্পাদক ডাঃ কৰুণা সাগৰ দাস আৰু নাই

সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিও অসমীয়া ভাষা-সাহিত্যৰ সেৱাত নিৰলস ভাবে লাগি থকা ব্যক্তি ডাঃকৰুণা সাগৰ দাস আৰু নাই। আজি...

Read moreDetails

ভাৰতীয় হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰি বলপূৰ্বক বিবাহ, বাংলাদেশৰ নেতাৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ

এগৰাকী হিন্দু যুৱতীক বলপূৰ্বক ধৰ্মান্তৰিত কৰি বিয়া কৰোৱাই এতিয়া বিপদত পৰিছে এজন নেতাৰ পুত্ৰ। বাংলাদেশৰ ৰাজনৈতিক দল বিএনপিৰ নেতাৰ পুত্ৰ...

Read moreDetails

তুষাৰপাতত স্তব্ধ কাশ্মীৰৰ জীৱন-যাত্ৰা : চাৰি দিনে বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ; বৰ্হিবিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন

চাৰিদিন পৰ্যন্ত বৰ্হি বিশ্বৰে সংযোগ বিচ্ছিন্নপ্ৰায় হৈ আছে কাশ্মীৰ উপত্যকা। একেলেথাৰিৰে চাৰিদিন ধৰি প্ৰচণ্ড তুষাৰপাতৰ ফলত কাশ্মীৰ উপত্যকাৰ জীৱন যাত্ৰাও...

Read moreDetails
Page 2246 of 5641 1 2,245 2,246 2,247 5,641

Stay Connected

Recent News