যোৱা ২৪ ঘণ্টাত দেশত কৰোনাক্ৰান্তৰ সংখ্যাই গঢ়িছে নতুন অভিলেখ; মৃত্যু হৈছে কিমান?

দেশত প্ৰতিদিনে হোৰাহোৰে বৃদ্ধি পাইছে কৰোনাক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ শেহতীয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশত...

Read moreDetails

অসমৰ চাহ শ্ৰমিকৰ দুৰ্বল আৰ্থিক অৱস্থা আৰু বাগিচাত নিৰৱ ঘাটক উচ্চ ৰক্তচাপৰ বিভীষিকা

অসমৰ চাহ শ্ৰমিকসকলৰ এক বৃ্হৎ অংশৰ উচ্চ ৰক্তচাপৰ সমস্যা (hypertension) আছে আৰু প্ৰতি বছৰে এক বুজন সংখ্যক শ্ৰমিকৰ উচ্চ ৰক্তচাপ...

Read moreDetails

ভয়ংকৰ ৰূপ লৈছে কৰোনাই! : বুধবাৰৰ দিনটোত ২২ গৰাকী আক্ৰান্তৰ মৃত্যু ৰাজ্যত

ৰাজ্যত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। বুধবাৰে ৰাজ্যত ২২ গৰাকীৰো অধিক কৰোনাক্ৰান্তৰ মৃত্যু হৈছে আৰু ৰাজ্যখনত...

Read moreDetails

আৰক্ষীৰে সংঘৰ্ষত মৃত্যু আলফা(স্বা)ৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ চীফ দ্বীপেন সাউদৰ

আলফা(স্বা)ত পুনৰ মোক্ষম আঘাত। আৰক্ষীৰে হোৱা সংঘৰ্ষত মৃত্যু হৈছে সংগঠনটোৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ চীফ দ্বীপন সাউদৰ। গোপন সূত্ৰৰ পম খেদি বঙাইগাঁও...

Read moreDetails

অসম চিকিৎসা মহাবিদ্যালয়ত দুটা অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন

কৰোনাৰ আতংকময় দ্বিতীয় ঢৌৱে দেশত মেডিকেল অক্সিজেনৰ নাটনি কৰাৰ সনয়তে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত দুটা অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন কৰা...

Read moreDetails

তিনি দশকৰ পিছত ওভতিল আলফা(স্বা)ৰ শীৰ্ষ নেতা জীৱন মৰাণ, বৰ্তমান সেনাৰ জিম্মাত মৰাণ

আলফা(স্বা) সংগঠনৰ পৰা অব্যাহতি দিয়া শীৰ্ষ নেতা জীৱন মৰাণ অৱশেষত তিনিটা দশকৰ পিছত ওভতি আহিল মূলসুঁতিলৈ। এক বিশেষ সূত্ৰই কৰা...

Read moreDetails

ৰাজ্যত ইটোৰ পিছত সিটো ভূমিকম্প : মাজনিশা কঁপাই গ’ল অন্য এক ভূমিকম্পই সমগ্ৰ ৰাজ্য

২৮ তাৰিখৰ পুৱাৰে পৰাই ছেগা-চোৰোকাকৈ ইটোৰ পিছত ভূমিকম্পই জোঁকাৰি আছে সমগ্ৰ ৰাজ্যৰ লগতে দাঁতি কাষৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ। সোমাবৰে...

Read moreDetails

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ড : অভিযুক্তক ফাঁচীৰ দাবী জনজাতীয় সংগঠনৰ লগতে সক্ৰিয় সমাজকৰ্মীৰ

ৰাজ্য কঁপোৱা ৰহাৰ কাৰ্বি সম্প্ৰদায়ৰ ১২ বছৰীয়া কন্যা শিশুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ ভাৰত জনজাতি ছাত্ৰ সংস্থা, অসম ৰাজ্যিক...

Read moreDetails

বন্ধুত্বৰ নিদৰ্শন! ক’ভিডত আক্ৰান্ত বন্ধুক অক্সিজেন যোগান ধৰিবলৈ ২৪ ঘণ্টাত হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিলে এজন লোকে, ক’ত?

বন্ধুত্বৰ এক বিৰল নিদৰ্শন দাঙি ধৰিলে ঝাৰখণ্ডৰ এজন লোকে। দেৱেন্দ্ৰ কুমাৰ শৰ্মা নামৰ ৰাঁচীনিবাসী লোকজনৰ এজন বন্ধু ক'ভিড পজিটিভ হয়।...

Read moreDetails

দেউৰী বিচু, বিচু উটুৱা উৎসৱ আৰু দেউৰী হুঁচৰি

চাৰিখেলত বিভক্ত দেউৰীসকলৰ প্ৰধান সাংস্কৃতিক বৈশিষ্ট্যই হ'ল চাৰিখেলৰ মাজত বহুমাত্ৰিক সাংস্কৃতিক উপাদান। সামগ্ৰিকভাৱে চালে দেখা যায় যে দেউৰীসকলৰ চাৰিখেলৰ মাজত...

Read moreDetails
Page 2255 of 5984 1 … 2,254 2,255 2,256 … 5,984

Stay Connected

Recent News