নাও আৰু জাহাজৰ মাজত সংঘৰ্ষ : ৩ মাছমৰীয়াৰ মৃত্যুৰ আশংকা!

নাও আৰু জাহাজৰ মাজত সংঘটিত এক সংঘৰ্ষত তিনিজন মাছৰীয়াৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি মংগলবাৰে মাংগালুৰুৰ...

Read moreDetails

চাঞ্চল্য! পাঞ্জাৱৰ এগৰাকী মহিলাক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি ভংগ কৰিছিল ব্ৰিটেইনৰ প্ৰিন্স হেৰীয়ে!

ব্ৰিটেইনৰ ৰাজকোঁৱৰ প্ৰিন্স হেৰীয়ে বিয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল পঞ্জাৱৰ এগৰাকী মহিলাক। কিন্তু প্ৰতিশ্ৰুতিটো পাহৰি ৰাজকোঁৱৰে বিবাহপাশত আৱদ্ধ হয় হলিউড সুন্দৰী...

Read moreDetails

এজনী নাবালিকাক ছমাহ ধৰি যৌন নিৰ্যাতন চলাই আটক হ’ল তিনিজন যুৱক, ক’ত?

তামিলনাডুৰ কাড্ডালুৰত সংঘটিত হৈছে এক ঘৃণনীয় ঘটনা। এজনী ১৫ বছৰীয়া নাবালিকাক ৬মাহ ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত তিনিজন যুৱকক আৰক্ষীয়ে...

Read moreDetails

পুনৰ কলংকৰ দাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত! : গৱেষিকা ছাত্ৰীক যৌন উৎপীড়ন চলোৱা কোন এই অধ্যাপক?

ইটোৰ পিছত সিটো বিতৰ্কই এৰা নিদিয়া উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক যৌন...

Read moreDetails

ক’ভিড-১৯ লকডাউন : দেশৰ সমূহ ৰাজ্যলৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি

উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্যলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। মঙলবাৰে এখন আবেদনৰ ভিত্তিত ন্যায়ালয়ে ক'ভিড-১৯ৰ সময়ছোৱাত প্ৰব্ৰজিত শিশুসমূহৰ অৱস্থাৰ...

Read moreDetails

সাম্প্ৰদায়িক ঘৃণাক প্ৰতিৰোধ কৰিবলৈ এটা চিৰসেউজ গানৰ তালত নাচি উঠিছে অসংখ্য লোক, ক’ত?

কেইদিনমান পূৰ্বে ইনষ্টাগ্ৰামত এটা ভিডিঅ' ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল। ভিডিঅ'টোত দেখা গৈছিল যে কেৰেলাৰ থ্ৰিচ্চুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে...

Read moreDetails

বলিউড তাৰকা-ক্ৰিকেটাৰসকলৰ বাবে আহুকালৰ সমুখীন হৈছে ক’ভিড ৰোগীসকল, কোনে ক’লে

বলিউডৰ তাৰকা আৰু ক্ৰিকেটাৰসকলৰ বাবে মুম্বাইৰ ক'ভিড ৰোগীসকলৰ বাবে চিকিৎসালয়সমূহত বিচনাৰ অভাৱ হৈছে। মহাৰাষ্ট্ৰৰ এজন মন্ত্ৰী আছলাম শ্বেইখে মঙলবাৰে এই...

Read moreDetails

তিনিচুকীয়াৰ মাকুমত আৰক্ষীয়ে জব্দ কৰিলে অৰুণাচলৰ পৰা দুটাকৈ হাতী কঢ়িয়াই অনা এখন ট্ৰাক

তিনিচুকীয়া জিলাৰ মাকুমত যোৱা দেওবাৰে শেষৰাতি এখন ট্ৰাক জব্দ কৰে। ট্ৰাকখনত দুটাকৈ হাতী কঢ়িয়াই নিয়া হৈছিল। কাকপথাৰৰ আৰক্ষী তালাচী চকীৰ...

Read moreDetails

মাৰ্ঘেৰিটাৰ দিহিং নৈত অঘটন : গা দুই থকা অৱস্থাত সলিল সমাধি ঘটিল এটি শিশুৰ

মাৰ্ঘেৰিটা বুঢ়ীদিহিং নৈত সংঘটিত হৈছে এক অঘটন। মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বুঢ়ীদিহিং নৈত এজন শিশু গা ধুই থকা অৱস্থাত সলিল সমাধি...

Read moreDetails

বাক্সাৰ নাগ্ৰীজুলিত শোকৰ বন্যা : মাহ-হালধীৰ গোন্ধ নৌযাওঁতেই ৰে’ললাইনত উদ্ধাৰ নৱপৰিণীতাৰ মৃতদেহ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ মেধাৱী ছাত্ৰী তথা নৱবিবাহিতা মমতা বাঢ়ৈৰ মৃতদেহ বিজনীৰ ৰে'ললাইনত উদ্ধাৰকলৈ সৃষ্টি হোৱা চাঞ্চল্য এতিয়াও মাৰ...

Read moreDetails
Page 2295 of 5985 1 … 2,294 2,295 2,296 … 5,985

Stay Connected

Recent News