তীব্ৰ উৎকণ্ঠাৰ মাজেৰে গণনা চলি আছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাৰ। পুৱাৰে পৰা প্ৰায় ২৫ৰো অধিক আসনত অগ্ৰগতি লাভ কৰি...
Read moreDetailsশিৱসাগৰত আজি কা'ৰ বিৰুদ্ধে আছুৱে গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। কা' আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী ব্যক্তিক আৰক্ষীয়ে বৰ্বৰ ভাৱে গুলিয়াই...
Read moreDetailsশনিবাৰে পুৱাই ইটোৰ পিছত সিটো ৰকেট আক্ৰমণত কঁপি উঠিল আফগানিস্তানৰ ৰাজধানী কাবুল। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি পুৱাৰ ভাগত...
Read moreDetailsচৰকাৰী চিকিৎসকে এতিয়া মন গলেই চাকৰি এৰিব নোৱাৰিব। কেৱল সেয়াই নহয়,স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কোনো চিকিৎসকে পোনে পোনে বেচৰকাৰী...
Read moreDetailsদেহৰ ওজন প্ৰয়োজনতকৈ বাঢ়ি গ’লে নানান ৰোগে দেহত বাহ লব পাৰে। সেয়ে দেহৰ ওজন সদায় স্বাভাৱিক কৰি ৰখাৰ চেষ্টা চলাব...
Read moreDetailsশিৱসাগৰত সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শিৱসাগৰৰ দ'লমুখ চাৰিআলিস্থিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত...
Read moreDetailsএটা পষেকৰ পিছতো থমা নাই দেশৰ কৃষক বিদ্ৰোহ। বৰং দিন অতিক্ৰম কৰাৰ সমান্তৰালভাৱে নতুন নতুন কৌশলেৰে নৰূপত সংগঠিত হৈছে দেশৰ...
Read moreDetailsশ্ৰেণীকোঠাৰ তাপমাত্ৰা প্ৰায়েই মাইনাছ ৫০ ডিগ্ৰীৰ আশে পাশে থাকে। তথাপি আচৰিত কথাটো হ’ল যে এনে ঠাণ্ডাটো শিক্ষাৰ্থী শিশুসকল স্কুললৈ আহে।...
Read moreDetailsবলীউডত যেন কালিকা লাগিছে। কোনো অভিনেতা-অভিনেত্ৰী যদি জটিল ৰোগত আক্ৰান্ত হৈছে, কোনোৱোই আকৌ ৰহস্যজনক ভাবে মৃত্যুক সাৱটি লৈছে। শেহতীয়াকৈ পুনৰ...
Read moreDetailsনৃত্য নিৰ্দেশক ৰেম’ ডিছুজাই শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱাৰ পাছত শাৰীৰিকভাৱে সুস্থ ব্যক্তি এগৰাকীয়ে কেনেদৰে হৃদৰোগত আক্ৰান্ত হ’ব...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd