ক’ভিড-১৯ : দেশত মুঠ আক্ৰান্তৰ তুলনাত মাত্ৰ ২.৮০ শতাংশহে সক্ৰিয় ৰোগী

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ধাৰাবাহিকভাৱে হ্ৰাস পাবলৈ ধৰিছে যদিও আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে এক কোটি ১ লাখৰ ঘৰ। আক্ৰান্তৰ সংখ্যা...

Read moreDetails

বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা মুখ্য ন্যায়াধীশ : কলকতাত জৰুৰী অৱতৰণ বিমান

বিমান দুৰ্ঘটনাৰ পৰা কথপমি ৰক্ষা পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বদে। বুধবাৰে সন্ধিয়া ত্ৰিপুৰাৰ পৰা কলকতা হৈ...

Read moreDetails

ধোনীয়ে ভাৰতক নেতৃত্ব দিব পাৰিব বুলি কিয় কোনো ছিনিয়ৰে ভবা নাছিল? উত্তৰ মহম্মদ কাইফৰ

আজিৰ পৰা ১৬ বছৰ পূৰ্বে ২৩ ডিচেম্বৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল। ২০০৪ চনৰ ২৩...

Read moreDetails

এইবাৰ কংগণাৰ বিকিনি বিতৰ্ক : সমালোচক তথা নিন্দুকৰ গালত দিলে পূৰ্ণ হতীয়া চৰ!

বিতৰ্কৰ ৰাণী বলিউদৰ কংগণা ৰাণাৱটে আৰম্ভ কৰিলে অন্য এক বিতৰ্কৰ। অৱশেই এইবাৰ অভিনেত্ৰীগৰাকীয়ে নিজে আৰম্ভ কৰা নাছিল এই বিতৰ্কৰ। সামাজিক...

Read moreDetails

২৬ ডিচেম্বৰত গোৱালপাৰাৰ বালাচাৰী আমগুৰিত ৰাভা শিল্পী সমাৰোহ

অহা ২৬ ডিচেম্বৰত গোৱালপাৰা জিলাৰ আগিয়াৰ নিকটৱৰ্তী বালাচাৰী আমগুৰিত অনুষ্ঠিত হ’ব ৰাভা শিল্পী সমাৰোহ। প্ৰথম বাৰৰ বাবে ৰাভা শিল্পী সমাজে...

Read moreDetails

থাইলেণ্ডৰ ৰজাৰ পত্নীৰ নগ্ন ফ’টো ভাইৰেল : প্ৰাক্তন তিনি পত্নী জড়িত!; কোনে কৰিলে ভাইৰেল?

থাইলেণ্ডৰ ৰজাৰ জীৱন সংগীৰ নগ্ন ফ’টো ভাইৰেল হৈছে। ১৪ শৰো অধিক নগ্ন তথা আপত্তিজনক ফ’টো ভাইৰেল হোৱা ঘটনাটোত ৰাজ পৰিয়ালৰ...

Read moreDetails

কৃষক বিদ্ৰোহৰ সমৰ্থনত উত্তৰ প্রদেশৰ পৰা দিল্লীলৈ যাত্ৰা কৰিব আৰু ২০ হাজাৰ কৃষকে

বিগত ২৯ ৰো অধিক দিন নিৰন্তৰভাৱে দিল্লীৰ সীমান্তৱৰ্তী এলেকাত আন্দোলনৰত কৃষকৰ সমৰ্থনত আৰু ২০ হাজাৰ কৃষকৰ এটা বৃহৎ দলে দিল্লীৰ...

Read moreDetails

বিশ্বনাথ চাৰিআলিত অগ্নিকবি কমলাকান্তৰ ভট্টাচাৰ্যৰ জন্ম দিৱস উদযাপন

অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ অন্যতম সাহিত্যিক 'অগ্নিকবি' বুলি জনাজাত কমলাকান্ত ভট্টাচাৰ্য্য।  ১৮৫৩ চনৰ ডিচেম্বৰত শোণিতপুৰ জিলাৰ তথা বৰ্তমানৰ  বিশ্বনাথ জিলাৰ...

Read moreDetails

লুৰিণক আদৰাৰ চলেৰে গুৱাহাটীত বিজেপিৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন অসম জাতীয় পৰিষদৰ

অসম জাতীয় পৰিষদৰ নৱ নিযুক্ত সভাপতি লুৰীণজ্যোতি গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰি প্ৰথমবাৰলৈ গুৱাহাটীত উপস্থিত হোৱাত অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে উষ্ম...

Read moreDetails

অবৈধ কয়লা খনন : ২৬-২৭ ডিচেম্বৰত ন্যায়াধীশ বি পি কটকী তদন্ত আয়োগৰ মাৰ্ঘেৰিটাত ৰাজহুৱা শুনানি

জল্পনা, কল্পনাৰ অৱসান ঘটাই অৱশেষত চোৰাং কয়লা সৰবৰাহৰ বিৰুদ্ধে আৰম্ভ হ'ল ৰাজ্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া৷ কমিশ্যন অৱ এনকুৱেৰি আইন ১৯৫২ৰ...

Read moreDetails
Page 2638 of 5988 1 … 2,637 2,638 2,639 … 5,988

Stay Connected

Recent News