গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত মন্ত্ৰী অতুল বৰাৰ একালৰ সতীৰ্থ গনেশ দলেক আটক

কাজিৰঙাৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত বোকাখাত আৰক্ষীয়ে শনিবাৰে নিশা দুৰ্ধৰ্ষ চোৰাংচিকাৰী তথা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী...

Read moreDetails

মাৰ্ঘেৰিটাত আছু নেতাক আটক : ‘অভিযান অসমী’ৰে লিডুত ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ফলক আঁতৰালে আছুৱে

অসম চৰকাৰী ভাষা আইন ১৯৬০ কাৰ্যকৰী কৰি মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত চৰকাৰী বেচৰকাৰী সকলো ব্যৱসায়ী প্ৰতিষ্ঠানতে অসমীয়া লিপি ব্যৱহাৰ কৰাৰ লগতে...

Read moreDetails

টীয়কত চুতীয়া জাতিৰ ৰাজনৈতিক অভিৱৰ্তন : ৭ টা সমষ্টিত স্বগোষ্ঠীয় লোকক প্ৰাৰ্থীত্ব দিয়াৰ দাবী

সকলো ৰাজনৈতিক দলকে ৰাজ্যৰ চুতীয়া অধ্যুষিত সোতৰটা সমষ্টিৰ পাঁচটাত চুতীয়া জাতিৰ প্ৰাৰ্থী প্ৰদানৰ দাবী জনাইছে চুতীয়া জাতি সন্মিলনীয়ে। টীয়কত অনুষ্ঠিত...

Read moreDetails

‘এইবাৰ পৰাজিত ট্ৰাম্পৰ সংসাৰো ভাঙিব; ট্ৰাম্পৰ কাষৰ পৰা পুত্ৰসহ আঁতৰিব পত্নী মেলানিয়া’, সতীৰ্থৰ উদ্ধৃতিৰে ডেইলী মেইলৰ দাবী

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বিডেনে বৃহৎ পৰিমাণৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক। নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে আন্তৰাষ্ট্ৰীয়...

Read moreDetails

আজি বিশ্ব পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল

আজি পুৱা বিশ্বৰ পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৱ দুৱাৰ অগৰাতলি বনাঞ্চল। যোৱা ২১ অক্টোবৰত মুখ্য...

Read moreDetails

দুখীয়া ৰাইজৰ সহায়ৰ বাবে এম্বুলেঞ্চ আগবঢ়ালে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলীট তয়াবুন নিছাই

দুখীয়া ৰোগীৰ চিকিৎসা প্ৰদানত সহায় হোৱাৰ উদ্দেশ্য তথা লক্ষ্য আগত ৰাখি অসমৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলীট তয়াবুন নিছাই আজি বৰপেটাবাসীৰ বাবে...

Read moreDetails

কিয় স্থানান্তৰ কৰা হ’ল কুখ্যাত তাল’জা জেইললৈ? : কাৰাগাৰত মোবাইল ব্যৱহাৰ কৰি ধৰা পৰিল কাৰাৰুদ্ধ অৰ্ণৱ গোস্বামী!

দেওবাৰে পুৱা কাৰাৰুদ্ধ সাংবাদিক অৰ্ণৱ গোস্বামীক ৰায়গড়ৰ পৰা নৱী-মুম্বাইৰ কুখ্যাত তাল’জা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়। আৰক্ষীৰ অভিযোগ যে ন্যায়িক জিম্মাত...

Read moreDetails

‘মোৰ জীৱনলৈ ভাবুকি আহিছে, অনুগ্ৰহ কৰি আদালতক জনাওক’ : অৰ্ণৱ গোস্বামীৰ বিননি

আত্মহত্যাৰ বাবে পৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বৰণ কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জীৱনলৈ সংশয় আহিছে। এই অভিযোগ কৰিছে...

Read moreDetails

কলিয়াবৰত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্বহীদ দিৱস

দুদিনীয়া কাৰ্য‍্যসূচীৰে মাধ‍্যম আন্দোলনৰ শ্বহীদ নৰেন্দ্ৰ নাথ সোঁৱৰণী অনুষ্ঠানৰ আজি পুৱা কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কলিয়াবৰ ছাত্ৰ সন্থাৰ...

Read moreDetails

গোপালনৰ নাতিনীয়েক উপ-ৰাষ্ট্ৰপতি হ’ল, থুলাছেন্দ্ৰাপুৰমত আনন্দৰ লহৰ

সঁচাকৈয়ে গোপালনৰ নাতিনীয়েক  উপ-ৰাষ্ট্ৰপতি হ’ল। তাকো আমেৰিকাৰ দৰে এখন শক্তিশালী দেশৰ। ইয়াতকৈ সুখৰ কথা কি হব পাৰে বাৰু থুলাছেন্দাপুৰমবাসীৰ বাবে?...

Read moreDetails
Page 2792 of 5990 1 … 2,791 2,792 2,793 … 5,990

Stay Connected

Recent News